Koupati
#ঝুমইৰ_বিনন্দিনী
অসমৰ বাবে এয়া এক গৌৰৱৰ ক্ষণ। চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ লক্ষ্যৰে আয়োজন কৰিবলৈ লোৱা ঝুমইৰ বিনন্দিনীৰ প্ৰস্তুতি।
মাদলৰ তালে তালে ঝুমুৰ নৃত্য, সৰুসজাই বিনন্দিয়া পৰিৱেশ ।
16/12/2024
📌'এবাৰতে ভাগৰি যাব নালাগে,চেষ্টা কৰি থাকিলে এদিন নহয় এদিন সফল হ'বই'
📌মিস্ত্ৰীৰ কাম কৰি চলাই আছিল পৰিয়াল। অৱশেষত সপোন পূৰণ হ'ল অজয় ওৰাঙৰ। নিযুক্তি পালে CRPFত। পুত্ৰৰ সফলতাত আনন্দিত পিতৃ-মাতৃ।
15/12/2024
সদ্য ঘোষিত কৰ্মচাৰী নিৰ্বাচন আয়োগৰ (SSC) সংযুক্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈ CISF বাহিনীত নিয়োগ নিশ্চিত কৰিবলৈ সক্ষম হোৱা ওদালগুৰি জিলাৰ কৌপাতি গাওঁৰ আকাশ বিশ্বাসক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
DALGAON KOPATI Road
Udalguri
784113