Kamata Live
বহু মহিলাই অৰুণোদয় আচঁনিৰ ধন নোপোৱাত তীব্ৰ প্ৰতিবাদ ৷
প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰিত আৰু এটা আক্ৰাছুৰ গোট গঠন কৰাৰ সম্ভাৱনা।
মণিৰাম ৰায়ে আক্ৰাছুৰ সমিতিখন আজি আনুষ্ঠানিকভাবে ভংগ কৰিলে।
➡️গোসাঁইগাঁৱৰ দলগাঁৱত মণিৰাম ৰায়ৰ নেতৃত্বত যোৱা ২০ ফেব্ৰুৱাৰীত গঠন হোৱা সদৌ কোচ ৰাজবংশী ছাত্ৰ চমুকৈ আক্ৰাছুৰ সমিতিখন আজি আনুষ্ঠানিকভাবে ভংগ কৰিলে।
08/03/2026
গোলকগঞ্জ, বিলাসীপাৰা, বাওঁখুংগুৰি, বঙাইগাঁও, অভয়াপুৰি, বিজনী বিধান সভা সমষ্টিত কোচ-ৰাজবংশী প্ৰাৰ্থীত্ব বিচাৰো: বিশ্বজীত ৰায়।
#বিজেপি
08/03/2026
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছুৰ )৩৬ ঘণ্টীয়া অসম বন্ধ ঘোষণা। ১৫ মাৰ্চত গোসাঁইগাঁৱত মটৰ চাইকেল সমদল।১৭ মাৰ্চত বাক্সাত জোঁৰ সমদল।
Click here to claim your Sponsored Listing.
Category
Website
Address
Udalguri