Competitive Exams:-
নীল নদী ( আফ্ৰিকা ) ।
66) বিশ্বৰ হত্তম বেংক কোনটো?
উত্তৰঃ বেংক অৱ আমেৰিকা ।
৬৭) বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ চৰাই কোনবিধ?
উত্তৰঃ হামিংবাৰ্ড।
৬৮) বিশ্বৰ আটাইতকৈ বৃহত্তম নদীখন কোনখন?
উত্তৰঃ আমাজান ( দক্ষিন আমেৰিকা ) ।
৬৯) বশ্বৰ আটাইতকৈ দ্ৰুত বেগী স্থলচৰপ্ৰাণী কাক কোৱা হয়?
উত্তৰঃ চিতাবাঘ।
৭০) বিশ্বৰ ক্ষুদ্ৰ দ্বাপটচোৰ নাম কি?
উত্তৰঃ উমান্দদ ( অসমত ) ব্ৰহ্মপুএ নদীৰ মাজত আছে।
৭১) প্থিৱীৰ সাৰ্বধিত জনসংখ্য়া থকা দেশখনৰ নাম কি?
উত্তৰঃ চীন দেশ ( ১৩৫ কোটি ) ।
৭২) পৃথিৱীৰ ব্য়াৰ্সাধ কিমান?
উত্তৰঃ প্ৰায় ৬৪০০ কিললোমিটাৰ।
৭৩) পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱী দুই মেৰু সংযোগী গোলাকাৰ নহয়, নাচপটি এটা নাচিনী দুই মেৰু অলপ চাপ খোৱা।
৭৪)বাৰ্ষিক গতি কাক বোলে ?
উত্তৰঃপৃথিৱীয়ে সৃৰ্যৰ চাৰিওফালে এপাক ঘৃৰাৱলৈ প্ৰায় এবছৰ সময় লয়। ইয়াকে বাৰ্ষিক গতি বোলে।
৭৫) আহ্নিক গতি কাক বোলে?
উত্তৰঃ পৃথিৱীয়ে নিজৰ কক্ষত এবাৰ প্ৰদক্ষিণ কৰিবলৈ ২৩ ঘন্টা ৫৬ মিনিট ৪.০৯ ছেকেণ্ড বা প্ৰায় ২৪ ঘন্টা সময় লাগে।ইয়াকে আহ্নিক গতি বোলে।
৭৬) বাৰ্ষিক গতি ফলত কি হয়?
উত্তৰঃ বাৰ্ষিক ফলত পৃথিৱীত দিন-ৰাতি চুটি-দীঘল আৰু ঋতু পৰিৱৰ্তন হয়।
৭৭) ভৃগোল মানে কি?
উত্তৰঃ ভৃগোল শব্দৰ সংক্ষিপ্ত উত্তৰ হ'ল পৃথিৱীৰ আকৃতি সম্য়ক জ্ঞান। মানে পৃথিৱী আৰু গোল মানে আকৃতি। অৰ্থাৎ পৃথিৱীৰ আকৃতিৰ অধ্য়য়নকে চমুকৈ ইয়াক ভৃগোল বুলি কোৱা হয়।
৭৮) পৃথিৱীৰ কেইভাগ পানা আৰু কেই ভাগ স্থল?
উত্তৰঃ তিনি ভাগ পানী আৰু এক ভাগ স্থল।
৭৯) আহ্নিক গতিৰ ফলত পৃথিৱীত কি হয়?
উত্তৰঃ আহেনিক হতিৰ ফলত পৃথিলীত দিন-ৰাতি হয়।
৮০) পৃথিৱীৰ কি কি সাগৰ আৰু উপ-সাগৰ আছে?
উত্তৰঃ (ক)উত্তৰ সাগৰ (খ) ভৃম্ধ্য় সাগৰ (গ) লোহিত সাগৰ (ঘ) জাপান সাগৰ (ঙ) চীন সাগৰ (চ) ক্য়াৰিবিয়ান সাগৰ (ছ) আন্দামান সাগৰ (জ) বেৰি সাগৰ (ঝ) ওখটস্ক্ সাগৰ (ঞ) বাল্টিক সাগৰ (ট)বঙ্গোপ সাগৰ (ঠ) পাৰস্য় উপ-সাগৰ (ড)গাডছন উপ- সাগৰ ।
৮১) পৃথিৱীৰ উচ্চতম প্ৰাণী কি?
উত্তৰঃ জিৰাফ।
৮২) ভৰতগৰ্ষৰ উপকৃল ৰেখাৰ দৈৰ্ঘ্য় কিমান?
উত্তৰঃ প্ৰায় ৫,৭০০ কিঃ মিঃ ।
৮৩) আগ্নেয় দ্বীপমালাৰ কোনটো উল্লোখযোগ্য় দ্বীপপুজ্ঞ?
উত্তৰঃ ফকলেণ্ড দ্বীপপুজ্ঞ।
৮৪) সমুদ্ৰৰ গভীৰতা কিহৰ সমায়ত নিৰ্ণয় কৰা সম্ভৱ হয়?
উত্তৰঃ শব্দ-তৰংগৰ সগায়ত।
৮৫) কোন মহালাগৰৰ গড় গভীৰতা সৰ্বোচ্চ ?
উত্তৰঃ পশান্ত মহাসাগৰৰ। গভীৰতা ৪,১৮৮ মিটাৰ হয়।
৮৬) আটলান্টিকৰ প্ৰায় ভিতৰ ভীগত আৱস্থিত উল্লোখযোগ্য় প্ৰবাল দ্বীপ কোলটো?
উত্তৰঃ বাৰমুণ্ডা দ্বীপ।
৮৭) বৰ্তমানলৈ সমুদ্ৰত কি কি সম্পদৰ সন্ধান পোৱা গৈছে?
উত্তৰঃ কয়লা, খনাজ তেল, ফচফেট, স্বাভাৱিক গেছ, লৱণ, ক্লোৰিণ, তাম, মাছ, তিমি, শামুক, হাঙৰ, প্ৰবাল, বিভান্ন প্ৰকাৰৰ ৰাসায়নিক দ্ৰব্য়, সামুদ্ৰিক আৰু বিভিন্ন প্ৰকাৰৰ ঘোঁৰা, উদ্ভিদ।
09/06/2023
📚 Chemical names of major vitamins 📚
⭕️ What is the chemical name of Vitamin A?
✅Retinol (1913)
⭕️ What is the chemical name of Vitamin B1?
✅ Thiamine (1910)
⭕️ What is the chemical name of Vitamin B2?
✅Riboflavin (1920)
⭕️ What is the chemical name of Vitamin B3?
✅Niacin (1939)
⭕️ What is the chemical name of Vitamin B5?
✅Pantothenic Acid (1931)
⭕️ What is the chemical name of Vitamin B6?
✅Pyridoxine (1934)
⭕️ What is the chemical name of Vitamin B7?
✅Biotin (1931)
⭕️ What is the chemical name of Vitamin B12?
✅Cyanocobalamin (1926)
⭕️ What is the chemical name of Vitamin C?
✅Ascorbic Acid (1920)
⭕️ What is the chemical name of Vitamin D?
✅Calciferol (1920)
⭕️ What is the chemical name of Vitamin E?
✅Tocopherol (1922)
⭕️ What is the chemical name of Vitamin K?
✅Phylloquinone (1929)
‼️Today current affairs Questions ‼️
विश्व का सबसे लंबा गीत कौन-सा बना
[ what became the longest song in the world ]
A) राष्ट्रीय गान / National Anthem
B) राम चरित्र मानस / Ram Charitra Manas
C)गीता पाठ / Gita lesson
D) हनुमान चालीसा / Hanuman Chalisa
Ans. B B
Qs. पॉसन फेस्टिवल किस देश में आयोजित किया गया
[ In which country was the Poshan Festival held? ]
A) भूटान / Bhutan
B)श्रीलंका / Sri Lanka
C) ईरान / Iran
D)अंटार्कटिका, / Antarctica
Ans. B B
Qs. किस देश ने भारत के लिए KSS-III बैच-II पनडुब्बी देने की घोषणा की
[ Which country has announced the delivery of KSS-III Batch-II submarines to India? ]
A)बेल्जियम / Belgium
B)कोलंबिया / Colombia
C)ब्राज़ील / Brazil
D)दक्षिण कोरिया / South Korea
Ans. D d
Qs. किस राज्य ने मां तुझे प्रणाम योजना लांच की
[ Which state has launched Maa Tujhe Pranam Yojana ]
A)लेबनान, / Lebanon
B)नाइजीरिया / Nigeria
C)मध्य प्रदेश / Madhya Pradesh
D) मलेशिया / Malaysia
Ans. C c
Qs. किस एयरलाइन को वर्ष 2023 की पर्यावरण एयरलाइन नामित किया गया
[ Which airline has been named the Environment Airline of the Year 2023? ]
A)एतिहाद एयरवेज / Etihad Airways
B)स्पाइसजेट इंडिगो / SpiceJet Indigo
C)एयरलाइंस / Airlines
D)इनमें से कोई नहीं / none of these
Ans. A A
Qs. फोर्ब्स के अनुसार सबसे मूल्यवान फुटबॉल क्लब कौन-सा है
[ Which is the most valuable football club according to Forbes ]
A)स्लिवी लेवन / Slivy Levon
B)रियल मेड्रिड / Real Madrid
C)हेलिट गेरविन / Helit Gerwin
D)इनमे से कोई नही / none of these
Ans. B B
Qs. किस राज्य की पुलिस ने OPS क्लीन अभियान शुरू किया
[ Which state police started OPS clean campaign ]
A)सिक्किम / Sikkim
B)तेलंगाना, / Telangana
C)पंजाब / Punjab
D)तमिलनाडु / Tamil Nadu
Ans. C c
Qs. भारत ने किस देश के साथ फुकोट करनाली हाइड्रोइलेक्ट्रिक प्रोजेक्ट के लिए समझौता किया
[ India signed agreement with which country for Phukot Karnali Hydroelectric Project? ]
A)न्यूजीलैंड / New Zealand
B)ब्राजील / Brazil
C)जापान / Japan
D)नेपाल / Nepal
Ans. D d
Qs. किस अभिनेता को जेब्रोनिक्स टीवी का ब्रांड एंबेसडर नियुक्त किया गया
[ Which actor has been appointed as the brand ambassador of Zebronics TV? ]
A)अरूण कुमार सिंह / Arun Kumar Singh
B)एस के जोशी / SK Joshi
C)ऋतिक रोशन / Hrithik Roshan
D)वी के पठानी / V K Pathani
Ans. C c
Qs. लॉन्च पुस्तक "द पावर ऑफ वन थॉट" की लेखिका कौन है
[ Who is the author of the launch book "The Power of One Thought" ]
A)विद्या दत्तारेय / Vidya Dattareya
B)बीके शिवानी / BK Shivani
C)पारूल ठक्कर / Parul Thakkar
D)नेहा अल्वी / Neha Alvi
Ans. B B
Qs. मणिपुर राज्य का नया डीजीपी किसे नियुक्त किया गया
[ Who has been appointed as the new DGP of Manipur state? ]
A)राजीव सिंह / Rajeev Singh
B)महेश कुमार / Mahesh Kumar
C)विजय गोयल / Vijay Goel
D)अजय रावत / Ajay Rawat
Ans. A A
Qs. किस राज्य में राष्ट्रीय रामायण महोत्सव शुरू हुआ
[ In which state the National Ramayana Festival started ]
A)महाराष्ट्र / Maharashtra
B)मेघालय / Meghalaya
C)छत्तीसगढ / Chhattisgarh
D) मणिपुर / Manipur
Ans. C c
Qs. किसने ड्रोन के माध्यम से दवा वितरण का सफल परीक्षण किया
[ Who successfully tested drug delivery through drones ]
A)चीन / China
B)भूटान / Bhutan
C)कंबोडिया / Cambodia
D)दुबई / Dubai
Ans. D d
Qs. सयुक्त राज्य अमेरिका के नेतृत्व वाले समुद्री गठबंधन से कौन-सा देश बाहर निकला
[ Which country pulled out of the United States-led maritime alliance? ]
A)लेबनान / Lebanon
B)नाइजीरिया, / Nigeria
C)मलेशिया / Malaysia
D)यूएई / UAE
Ans. D d
Qs. किस देश में राष्ट्रीय पोषण सप्ताह शुरू हुआ
[ In which country National Nutrition Week started ]
A)बेल्जियम / Belgium
B)श्रीलंका / Sri Lanka
C) कोलंबिया, / Colombia
D)ब्राज़ील / Brazil
Ans. B B
Qs. किस देश ने 2030 तक चांद पर इंसान को भेजने की घोषणा की
[ Which country announced to send man to the moon by 2030? ]
A)चीन / China
B)न्यूजीलैंड / New Zealand
C)ब्राजील / Brazil
D)जापान / Japan
Ans. a a
Qs. बर्मिंघम के पहले भारतीय मूल के लॉर्ड मेयर कौन बने
[ Who became the first Indian-origin Lord Mayor of Birmingham? ]
A)विवेक देवराय / Vivek Devrai
B)चमन लाल / Chaman Lal
C)नरेश कुमार दत्तारेय , / Naresh Kumar Dattareya,
D)महेश प्रजापति / Mahesh Prajapati
Ans. B B
Click here to claim your Sponsored Listing.
Category
Website
Address
Udalguri