Tezpur Buzz - Assamese
16/04/2025
জাতিৰ স্পন্দন ৰঙালী বিহুৰ আজি গোঁসাই বিহু উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। এই শুভক্ষণত আপোনাৰ পৰিয়ালৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনৰ কল্যাণৰ হকে আশীৰ্বাদ বিচাৰি ভগৱন্ত প্ৰভুৰ শ্ৰীচৰনত গভীৰ শ্ৰদ্ধাৰে সেৱা জনালোঁ।
19/08/2024
বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ সাংস্কৃতিক উত্তৰণ আৰু ভক্তি মার্গৰ দিশৰে পৱিত্ৰ ভাদ মাহৰ গুৰুত্ব অপৰিসীম। প্ৰতিটো নামঘৰত গুঞ্জৰিত হোৱা হৰিনামৰ ধ্বনিয়ে বোৱাই অনা প্ৰেম অমৃতৰ নদী খনে সমূহ অসমবাসীলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সম্প্ৰীতিৰ বতৰা ।
সকলোলৈকে পৱিত্ৰ ভাদ মাহৰ ভক্তি ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো।
Want your business to be the top-listed Media Company in Tezpur?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Tezpur
784001