Kashyapi's ART

Kashyapi's ART

Share

06/10/2025

এবুকু দুখৰ মাজেৰে আঁকি উলিয়াবলৈ চেষ্টা কৰিলো বহু মৰমৰ জুবিন দাৰ পবিত্র পদযুগল। আঁকি থকা অৱস্থাত দুখলগা পৰিস্থিতিৰ সন্মুখীন বাৰে বাৰে হৈছিলো যদিও নিজকে ধন্য মানিছিলো আঁকিবলৈ পায়, তাৰ বাবে ধন্যবাদ দিব লাগিব SuMu DeBina Borah বাক। মোক যোগ্য বুলি ভাবি আঁকিবলে দিলা।

আমাৰ জুবিন দাৰ ন্যায়বিচাৰ সোনকালে হওক। 🙏

12/06/2025
Want your public figure to be the top-listed Public Figure in Tezpur?
Click here to claim your Sponsored Listing.

Category

Address


Tezpur