Habibur Raja 06
#মানি_নলবি_ভন্টি , #মানি_নলবি
#গোলাপ_ফুলৰ_দৰে_ফুলি_থকা_তোৰে_এক_সুন্দৰ_জীৱন
।। ভেলেণ্টাইন ডে উপলক্ষে দু-আষাৰ ।।
👇
ভেলেন্টাইন ডে বা প্ৰেম দিবস। প্রেম কৰিবলৈ মাত্ৰ এটা দিনৰেই প্ৰয়োজন নেকি? 🤔
সেই দিনটোত পার্কত গৈ চুম্বন, আলিংগন অথবা ৰেষ্টুৰেন্টৰ বন্ধ কোঠাত শাৰীৰিক মিলনেই প্রেম নেকি ?
#নাই সেইটো কেতিয়াও প্রেম হব নোৱাৰে। ইমান সহজে প্ৰেমৰ সংজ্ঞা দিব নোৱাৰি। প্রেম দিবস উৎযাপন কৰিবলৈ নিৰ্দিষ্ট দিনৰ আৱশ্যক নাই। আৰু প্রেম কেৱল দুই যুৱক যুৱতীৰ মাজতে যে হব লাগে সেইটো নহয়। প্রেমৰ ধাৰনাটো যথেষ্ঠ বহল। আৰু মানৱ প্রেম বা দেশ প্রেম অথবা নিজৰ কৰ্তব্যক ভাল পোৱাটোক হে প্ৰকৃত প্রেম বুলিব পাৰি।
অসহায় লোকক সহায় কৰা , জ্যেষ্ঠ জনক সন্মান আৰু কনিষ্ঠ জনক মৰম কৰাটোক ও এক প্ৰকাৰৰ প্রেম আখ্যা দিব পাৰি। আৰু এজন আনজনৰ ওচৰত থাকিলেহে প্রেম হব তেনে নহয়। প্রেম প্ৰকৃততে হৃদয়ত থাকিব লাগে।
কেৱল মোবাইলৰ পাছৱর্ডৰ আদান প্ৰদান তথা চুম্বন বা যৌন সংযম কৰাটোৱেই কেতিয়াও প্রেম হব নোৱাৰে। প্রেম হৈছে এক বিশ্বাস, ত্যাগ , সমর্থন, সহায় তথা বুজা বুজি আদিৰ হে সংযম। আৰু প্ৰকৃত প্ৰেমৰ বাবে কোনো এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই, প্রতিটো দিনেই প্রেম দিৱস হব পাৰে৷ প্রেম এনেদৰে কৰিব লাগে যাতে সমাজত সদায় নিজৰ শিৰ উচ্চ কৰি চলিব পৰা যায়। এনেকুৱা প্রেম কেতিয়াও কৰিব নালাগে যাতে সমাজত মুখখন লুকুৱাই ফুৰিব লগা হয়।।
✍️ Habibur Raja
আকৌ এবাৰ কৈ আছোঁ -
#মানি_নলবি_ভন্টি , #মানি_নলবি
#গোলাপ_ফুলৰ_দৰে_ফুলি_থকা_তোৰে_এক_সুন্দৰ_জীৱন
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Address
Bestie Family
Tezpur
784027