S LIVE ASSAM
➡️ শিৱসাগৰ নগৰৰ বাবুপত্তী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা।
➡️ তীব্ৰবেগীত মটৰ-চাইকেলেৰে As 04AG - 7611 নম্বৰ বাইক খনত অহা এজন যুৱকে চাইকেল আৰোহীক খুন্দিয়াই গুৰুতৰ ভাবে আঘাত কৰি ঘটনাৰ স্থানৰ পৰা পলায়ন কৰে ।
➡️ ঘটনা স্থলীত আৰক্ষী লোক উপস্থিত হয় যদিও, এক ঘণ্টা দেৰি কৈ 108 এম্বুলেন্স উপস্থিত হোৱাৰ অভিযোগ কৰে স্থানীয় লোক।
➡️ 108 এম্বুলেন্স পলম কৈ অহাৰ বাবে 108 ৰ সেৱা গ্ৰহণ নকৰি বাবুপত্তী অঞ্চলৰ লোকে কিছু ধন সাহায্য দি ব্যক্তিগত এম্বুলেন্সৰে গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত যুৱকজনক জয়সাগৰ অসামৰিক চিকিৎসালৈ লয় যায় ।
➡️ দুৰ্ঘটনা পতিত হোৱা লোক জনৰ নাম গেলা বুলি জানিব পৰা গৈছে ।
➡️ ডিমৌমুখৰ নচিৰউদ্দিন আহমেদ নামৰ যুৱক জনৰ লগত সংঘটিত হয় দিন ডকাইটি কাণ্ড ।
➡️ কাপোৰ ব্যৱসায়ৰ বাবে নাহৰকটিয়াৰ দিচাম বাগানলৈ গৈছিল যুৱ ব্যৱসায়জন।
➡️ ১৫ জনীয়া এটা দুৰ্বৃত্ত দলে শাৰিৰীক ভাৱে আক্ৰমন কৰাৰ লগতে যুৱকজনৰ পৰা লৈ যায় ১৫০০ শ টকা।
Click here to claim your Sponsored Listing.
Website
Address
শিৱসাগৰ টাউন
Sibsagar
785640