AJ AXOM

AJ AXOM

Share

03/11/2025

23/10/2025

প্ৰাণৰ জুবিন গানৰ জুবিন
হিয়াৰ আমঠু জুবিন
যাৰ কণ্ঠত প্ৰাণ পাই
প্ৰেমিক বসন্ত।
যাৰ গীতৰ উন্মদনাত
মতলীয়া চঞ্চল ফাগুন।।
খুখত ও জুবিন দুখত ও জুবিন
দেহৰ শিৰে শিৰে বৈ আছা
বৈ থাকিবা চিৰদিনলৈ
অনাদী কাললৈ।।
তোমাৰ সুৰৰ মূৰ্ছনাত
মন্ত্ৰমুগ্ধ সমগ্ৰ
তুমি কুশলে থকা
যাদুকৰী কণ্ঠৰে
হৃদয় জুৰোৱা।।।।।।।

🖋️ অমৰ

23/09/2025

Tribute to Humming king zubeen garg

06/09/2025

কী- বোৰ্ডত আঙুলি কপে।।

তোমাৰ পৰশত প্ৰাণ পাই
মোৰ হিয়াৰ ৰঙা গোলাপ
জিপাল হৈ থাকিব দিয়া
কোমল কলিজা।।

ৰিনি ৰিনি ভাঁহি আহে
তোমাৰ গীতৰ সুৰ
মোক যেন বিভুৰ কৰি তোলে
সন্ধিয়াৰ আড্ডাত
প্ৰায় তোমাৰ চৰ্চা।।

গভীৰ নিশা
কেতিয়াবা আওৰা'ৱ খোজোঁ
মোৰ ভাল লগা
তোমাৰ প্ৰিয় গীততি
নাজানো কিয় কপি উঠে
কি - বোৰ্ডত আঙুলি
সেমেকা চকুৰে মাথো নিগৰে
দুখৰ চকুপানী।।।

30/08/2025

হৰে কৃষ্ণ 🕉️🙏🏻

29/08/2025

স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়,অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায় ।🤕😢💔😔

01/08/2025

The darkest nights produce the brightest stars.good night 🌟💫🌠

01/08/2025

মোৰ লিখনি।। 🙌💖😊👏

29/07/2025

পপিয়া তৰা।। 🌟

29/07/2025

আমি গাঁৱলীয়া।।

আমি গাঁৱলীয়া। বায়েক ভায়েক পথাৰত কেঁচা মাটিৰ সেউজীয়া পথাৰখনৰ সুবাসত বিলীন। এয়াই সিহঁতৰ গ্ৰীষ্মৰ বন্ধ 🌺🌹🌸💚🌿

Want your public figure to be the top-listed Public Figure in Rangia?
Click here to claim your Sponsored Listing.

Website

Address


Rangia