Islamic Knowledge

Islamic Knowledge

Share

19/08/2022
12/08/2021

= নিসন্দেহে এই কুৰআনে (সমগ্ৰ মানৱজাতিক) বাট দেখুৱায় সেই ফালে যিটো সঠিক, আৰু মুমিন সকলৰ যিসকলে সৎকৰ্ম কৰে তেওঁলোকক সুসংবাদ দিয়ে যে তেওঁলোকৰ কাৰণে (নিৰ্ধাৰিত) ৰৈছে মহান পাৰিশ্ৰমিক;

= আৰু যিবিলাকে পৰকালত বিশ্বাস নকৰে (আৰু খোৱা-পিন্ধা-মৌজকৰোতেই দিন কটাই) সিহঁতৰ বাবে আমি প্ৰস্তুত কৰিছো মৰ্মন্তুদ শাস্তি ।
:: ছূৰা - বানি ইছৰাঈ'ল (আয়াত নং : 9/10

Want your school to be the top-listed School/college in Rangia?
Click here to claim your Sponsored Listing.

Category

Website

Address


Rangia