SFI, Rangia
20/06/2026
"যিদিনা দেখাদেখি হ'ব তোমালোকৰ সতে, সেইদিনাই প্ৰতিজনৰ ৰজাৰ বিৰুদ্ধে হ'ব মোৰ শেষ যুদ্ধ। তোমালোকৰ সতে আলিঙ্গন কৰিম অন্তহীনভাৱে।"
প্ৰেম আৰু বিপ্লৱক একেডাল সূতাৰে গাঁঠি দাৱানলৰ জন্ম দিব পৰা এক বৰ্ণনাময় ব্যক্তিত্ব কমৰেড ৰাভাৰ আজি মৃত্যু দিৱস। জীৱনযোৰা খাতি খোৱা নিপিড়িত জণগণৰ পক্ষত থাকি নিপিড়কৰ বিৰুদ্ধে অন্তহীন সংগ্ৰাম চলাই গৈছিল তেওঁ। তেওঁৰ এই সংগ্ৰামী আস্ফালনে আজিও বিপ্লৱী চেতনাৰ ঢৌ তোলে,সংগ্ৰামী চেতনাৰ জোৱাৰ আনে।আজিও শাসক শ্ৰেণীৰ শান্তিৰ টোপনি,আৰামৰ টোপনি কাঢ়ি আনে এই মৃত ৰাভাই। যাৰ বাবেই মানুহজনৰ বিপ্লৱী সত্তাক নচ্যাদ কৰি কেৱলমাত্ৰ কলাগুৰু হিচাপে উদযাপন কৰি ৰাভাৰ বিপ্লৱী সত্তাক নচ্যাদ কৰিব বিচাৰে। হাজাৰ কু-অভিসন্ধি ৰচনা কৰিলেও ,ৰাভাৰ বিপ্লৱী সত্তাক হত্যা কৰিব নোৱাৰে।
কমৰেড বিষ্ণু প্ৰসাদ ৰাভাৰ আজিৰ এই মৃত্যু দিৱসত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ তৰফৰ মুষ্টিবদ্ধ ৰক্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Rangia, Kamrup
Rangia
1234