Ripunjay Pathak

Ripunjay Pathak

Share

31/05/2026

ক্ষমতা বৰ আচৰিত বস্তু...এই ক্ষমতা সদায় স্থায়ী নহয় । এই কথাটো বহুতে পাহৰি যায়...। পশ্চিমবংগত তৃণমূল চৰকাৰৰ শাসনকালত সাধাৰণ মানুহৰ ওপৰত যি ধৰণৰ অত্যাচাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰ হৈছিল... সচাকৈ বৰ আচৰিত কৰি পেলাইছিল মানুহৰ মন...সেয়া কোনেও পাহৰা নাই বা মনত কৰি দিয়াৰ প্ৰয়োজন নাই...। তৃণমূলৰ অভিষেক বেনাৰ্জীসহ শাসকীয় দলৰ নেতাসকলে যিদৰে ক্ষমতাৰ গৰ্ব দেখুৱাইছিল অপব্যৱহাৰ কৰিছিল, আজি তেওঁলোক নিজেই তাৰ পৰিণতি ভোগ কৰিবলগীয়া হল...।
​আজি অভিষেক বেনাৰ্জীৰ ওপৰত যি আক্ৰমণৰ ঘটনা ঘটিছে... লাঠি গোৰ ভুকু চৰ... কিমানটা যে ডিমা ভাঙিল...!!! সেয়াই প্ৰমাণ কৰে যে অহংকাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰৰ পৰিণাম কেতিয়াও ভাল হব নোৱাৰে...। ইতিহাস সাক্ষী আছে— যিয়েই ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে, এদিন নহয় এদিন তেওঁ ইয়াৰ প্ৰত্যুত্তৰ পাইছেই ... মাথোঁ অকণমান সময়ৰ আগ পিছ। এয়াই হয়তো সময়ৰ সঠিক বিচাৰ... আৰু ন্যায়..!!!

12/05/2026

প্ৰথম বাৰ সকলোৰে অলপ শংকা থাকে... কিন্তু দ্বিতীয় বাৰ বিন্দাছ চাফাই

Want your organization to be the top-listed Government Service in Rangia?
Click here to claim your Sponsored Listing.

Telephone

Address


Rangia