Pathsala Swaranjali
12/03/2025
আজি হাউলীত অনুষ্ঠিত হোৱা purple Fair 2025 for Divyangjan এই অনুষ্ঠানতিত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী খিনিয়ে অংশগ্ৰহণ কৰা কিছু মূহুৰ্ত। সিহঁতৰ আনন্দ আৰু প্ৰতিভা চাই বহুত ভাল লাগিল। ১২/০৩/২০২৫
কাণেৰে নুশুনা, মুখেৰে কথা কব নোৱাৰিলেও কোনো দিশতে পিছ পৰি থকা নাই আমাৰ বুকুৰ কুটুম পাঠশালা স্বৰানজলীৰ ছাত্ৰীসকল।
01/01/2025
পাঠশালা স্বৰানজলীৰ মৰমৰ বধিৰ ছাত্ৰ ছাত্ৰী সকলক লগত লৈ বছৰৰ প্ৰথম দিনটোতেই নতুন বছৰৰ শুভেচ্ছা জনাবলৈ বজালী জিলাৰ জিলা আয়ুক্ত মহোদয় শ্ৰী মৃদুল কুমাৰ দাস দেৱক সম্বৰ্ধনা জনোৱা হয়।
আমাৰ বিদ্যালয়, অৰ্থাৎ পাঠশালা স্বৰাঞ্জলীৰ ছাত্ৰী শ্ৰী ভাৰ্গবি তালুকদাৰে কথা কব পৰা কৌতুহল আৰু পাৰদৰ্শিতা ।
Click here to claim your Sponsored Listing.
Category
Website
Address
Pathsala
Pathsala
781325