ABVP Bajali Dist.

ABVP Bajali Dist.

Share

Photos from ABVP Bajali Dist.'s post 29/09/2025

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, সৰুপেটা ৰ উদ্যোগত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত সৰুপেটা দূৰ্গা পূজা স্থলীত প্ৰায় ৩০০০ গছপুলি বিতৰণ কাৰ্যসূচী হাতত লোৱা হয় ।

25/08/2025

যোৱা ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উপলক্ষে বজালী জিলা প্ৰশাসনে আয়োজন কৰা মাৰ্চ পাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰা ভট্টদেৱ বিশ্ববিদ্যালয় NCC গোটক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ তৰফৰ পৰা আজি এখনি মানপত্ৰ আৰু গামোচাৰে আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ।

Want your organization to be the top-listed Non Profit Organization in Pathsala?
Click here to claim your Sponsored Listing.

Website

Address


Pathsala
781325