Rajkumar

Rajkumar

Share

14/05/2026

শুভেচ্ছা জ্ঞাপন কৰিলো🙏🙏🙏

Photos from Rajkumar's post 12/05/2026

আজি অসমৰ বাবে অতিশয় গৌৰৱময় আৰু স্মৰণীয় দিন.... 
দেশৰ যশস্বী প্রধানমন্ত্রী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী মাননীয় ৰাজনাথ সিং ডাঙৰীয়া, মাননীয় কেন্দ্রীয় গৃহমন্ত্রী অমিত স্বাহ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সভাপতি নিতিন নবিন ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদকাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সনোৱাল ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াকে আদি কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ জ্যেষ্ঠ সাদস্যসকল, এন দি এ ৰ সন্মানীয় নেতৃত্বসকল, ২২খন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জনপ্ৰীয় নেতা মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই পাঠ কৰোৱা শপত বাক্যৰ এই ঐতিহাসিক ক্ষণত উপস্থিত থাকিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। লগতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, চৰণ বড়ো ডাঙৰীয়া আৰু মাননীয়া শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউলৈ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। তদুপৰি মাননীয় বিধায়ক শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াক অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ হিচাপে ঘোষণা কৰাত তেখেতলৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মোৰ বিশ্বাস, এই নতুন নেতৃত্ব আৰু অভিজ্ঞ মন্ত্ৰীসভাই অসমৰ উন্নয়ন, শান্তি, সমৃদ্ধি আৰু জনকল্যাণৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব।  
ভাৰত মাতা কী জয়।
জয় আই অসম 🙏🙏

10/05/2026

HBS 2.0 …….. Loding

Photos from Himanta Biswa Sarma's post 10/05/2026

❤️🙏❤️🙏❤️🙏

Want your public figure to be the top-listed Public Figure in Pathsala?
Click here to claim your Sponsored Listing.

Category

Website

Address


Pathsala
781325