Dipa vlog
07/10/2025
অসমীয়া জীয়ৰী বোৱাৰী কেনেকৈ চাদৰ মেখেলা পিন্ধিব লাগে জনপ্ৰিয় কণ্ঠশিল্পী Shreya Ghoshal বাইদেউ খিকাই থৈ গল।মই নিজেও এগৰাকী অসমীয়া জীয়ৰী বোৱাৰী কিছুমান মহিলাই আমাৰ অসমীয়া চাদৰ মেখেলা যোৰক অপমান কৰা নাই নে?লাজ পাব লাগিছিল হেই মহিলা বোৰে। যি বোৰে অসমীয়া বুলি নিজক পৰিচয় দি অসমীয়া চাদৰ মেখেলা যোৰক অপমান কৰি আহিছে,,,,। মডেলৰ নামত নিজৰ শৰীৰ উদঙাই দিয়া বোৰে খিকক কেনেকৈ চাদৰ মেখেলা পৰিধান কৰিব লাগে,,,,,,,,,,, কিছুমান মহিলা কাপোৰ পিন্ধা দেখিলে মোৰ নিজৰেই অসমীয়া বুলি পৰিচয় দিবলে লাজ লাগে।ব্লাউজ'ৰ ডিজাইন দেখুৱাই পাহৰি যায় নিজৰ শৰীৰ টোৰ মাদকতা ।চাদৰ মেখেলা যোৰ আমাৰ শৰীৰৰ আৱৰণ,,,,, জয়মতী,,,,কনকলতা,,, আইদেউ সন্দিকৈ আমাক এনেকৈ খিকাই থৈ যোৱা নাছিল ,,,
আশা কৰিছোঁ যি সকলে আমাৰ পৰম্পৰাগত কাপোৰ যোৰক বেয়া design কৰি পিন্ধি আছে তেঁও লোকে খিকা টো উচিত বুলি মই ভাবো,🙏
,,,,__________🙏🙏🙏___________
06/10/2025
আজি লক্ষ্মী পূজাৰ শুভ ক্ষণত সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
06/10/2025
দেহাই লেখে আজি কালি
মা লক্ষ্মীৰ অন্যতম শক্তিশালী বীজমন্ত্র হল ওঁ শ্রীং মহালক্ষ্ম্যৈ নমঃ। এই মন্ত্রৰ জৰিয়তে মালক্ষ্মীৰ কৃপা লাভ হয় ধন-সম্পদ আৰু সমৃদ্ধি অর্জন কৰিব পাৰে ৷
06/10/2025
মা মানুহ
05/10/2025
মই কোনো চেলিব্ৰিটী নহয় , নহয় অভিনেত্ৰী ও আৰু নহয় গায়িকা নহয় কোনো শিক্ষত্ৰী মই মাথো মোৰ ঘৰ খন ধৰি ৰখা এজনী সাধাৰণ গৃহিণী লগতে এজনী সাধাৰণ কন্তেণ ক্রিয়েতৰ হে 😀
05/10/2025
জুবিন দা Miss you
05/10/2025
Beta
01/09/2025
জান পঢাত busy 🤔💭📚
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Pathsala