Ubuntu
25/01/2022
আপোনালোক সকলোৰে আৰ্শিবাদত যোৱাকালি উবান্টুৱে এমাহ সম্পূৰ্ণ কৰিলে। ইমানদিনে আপোনালোকৰ মৰম আৰু সহায় সহযোগিতাৰ বাবে অশেষ ধন্যবাদ। অনাগত দিনত ও যেন এনেদৰেই উবান্টু আপোনালোকৰ বাবে থাকিব। এই এমাহে বহুত শিকিলো আৰু বহুত বাকী আছে এইয়া মাত্ৰ আৰম্ভনি হে। আপোনালোকৰ দিহা পৰামৰ্শ চিৰকাম্য।
বৰ্তমানে বহুলোকে মোক সাহস দিলে সেই সকলো লোককে বহুত বহুত ধন্যবাদ ।
যি সকল এতিয়ালৈকে উবান্টুলৈ অহা নাই তেওলোকক ও নিমন্ত্ৰণ জনালো । আহক এক নতুন সোৱাদ লবলৈ।
উবান্টুৰ অৰ্থই হৈছে মই আছো আপোনলোকৰ বাবে গতিকে আপোনালোকৰ অবিহনে এই উবান্টু কেতিয়াও সফল নহব। মই জানো মোৰ এই সফলতাৰ অাৰত আপোনালোকৰ মোৰ উবান্টুলৈ অহা মূল্যবান সময়কণ থাকিব।
শেষত আপোনলোক সকলোলৈ পুনৰ বাৰ ধন্যবাদ
উবান্টু
UBUNTU( i am because you are)
Click here to claim your Sponsored Listing.
Category
Contact the restaurant
Telephone
Website
Address
K. B Road
North Lakhimpur
787001