Comfort Learning
লক্ষ্য ADRE 2.0
দানৱ বংশ (Danava Dynasty ) :
-> আমি অসমত ৰাজত্ব কৰা প্ৰথম বংশ বুলিলে দানৱ বংশকে বুজো ।
-> দানৱ বংশৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ (Mahirangadanava)।
-> মহিৰংগ দানৱৰ ৰাজধানী (Capital) আছিল - মৈৰংক (Mairanka)
-> মহিৰংগ দানৱ (Mahirangadanava) আছিল অনাৰ্য (Non a***n) মূলৰ আৰু তেঁওক কিৰাট প্ৰমুখ (Kirat
Chief) বুলি জনা যায়।
-> মহিৰংগ দানৱৰ পৰৱৰ্তী শাসকবোৰ আছিল ক্ৰমে
1. হতকাসুৰ (Hatakasur )
2. সম্বাসুৰ (Sambasur )
3. ৰত্নাসুৰ (Ratnasur )
4. ঘটকাসুৰ (Ghatakasur)
-> দানৱ বংশৰ অন্তিম শাসক ঘটকাসুৰক (Ghatakasur) হত্যা কৰি ৰাজপাটৰ পৰা আতৰ কৰে নৰকাসুৰে (Narakasur) I
ৰাজুৱে এজনী ছোৱালীক দেখুৱাই ক'লে— তাই মোৰ আইতাৰ একমাত্ৰ পুত্ৰৰ জীয়েক।' ৰাজুৰ ছোৱালী জনীৰ লগত সম্পৰ্ক কি হব
(a) খুড়া
(b) দেউতা
(c) ভাই
(d) এটাও নহয়
Click here to claim your Sponsored Listing.
Category
Contact the school
Address
KB Road
North Lakhimpur