SANKARDEV ACADEMY,NALBARI

SANKARDEV ACADEMY,NALBARI

Share

14/05/2024
29/09/2020

ল'ৰাজনৰ নাম দেৱব্ৰত শৰ্মা।
নলবাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ,তেওঁ ব্লাড কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। এনে এটা ৰোগৰ সৈতে যুঁজ দিবলৈ পৰিয়ালৰ অৱস্থাও আর্থিকভাৱে স্বচ্ছল নহয়। সেয়ে তেওঁক সুস্থ কৰি অনাৰ বাবে আপোনাৰ , মোৰ বা আমাৰ সকলোৰে কিছু সহায়- সহযোগিতাৰ নিশ্চয় প্ৰয়োজন। আমাৰ অকণমান সহায়েও ছাত্ৰগৰাকীক এটি জীৱন জীয়াই তুলিব পাৰিব।

যদিহে কোনো সহৃদয়বান ব্যক্তিয়ে সহায় কৰিম বুলি আগ্ৰহী,তেন্তে তলত দিয়া তথ্যখিনিত গৈ অতিশীঘ্ৰে যোগাযোগ কৰক.............
Bank account no- 33730092883
Ifsc code- SBIN0007006
Account holder name- Pankaj Sarma.

Want your school to be the top-listed School/college in Nalbari?
Click here to claim your Sponsored Listing.

Telephone

Address


Chowk Bazar, Hajo Road
Nalbari
781334