Axom 360

Axom 360

Share

11/05/2026

প্ৰধানমন্ত্ৰীয়ে দিয়া নিৰ্দেশ আমি দেশৰ জনতাই আখৰে আখৰে পালন কৰিবই লাগিব। আমি বিৰোধিতা কৰিবই নোৱাৰো। ১২ তাৰিখে শপত গ্ৰহণ হ'ব। ১০০০ কোটি টকা ৰাজ্য চৰকাৰে আকৌ ঋণ লৈছে। প্ৰধানমন্ত্ৰীয়ে কৈছে ব্যয় সংকোচন কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে ইয়াত ৰাজকীয় শপত গ্ৰহণ অনুষ্ঠান কৰিছে। এইবোৰ কথা স্ব-বিৰোধী হ'লেও ৰাইজে মানিব। কাৰণ ৰজাই যেনেকৈ ভাবে বা বিশ্বাস কৰে প্ৰজাই তেনেদৰেই সেইবোৰ কথা মানি ল'ব লাগে। বৰ বেছি হৈ-হাল্লা কৰিলেই বিপদ!

✍️অনুৰাগ অলম্যান

11/05/2026

এগৰাকী খিলঞ্জীয়া মহিলাৰ ঘৰত সোমাই, মাজৰাতি ডকাইতি কৰিলে , ডকাইতি কৰিব গৈ তেওঁক হত্যা কৰা আৰু স্বামীক গুৰুতৰ ভাৱে আহত কৰা মিঞা ডকাইতকেইটাৰ বিৰুদ্ধে এতিয়া কিয় নিমাত সেইচাম চেকুলাৰ হিন্দু? কিয় নিমাত এতিয়া সংগঠনৰ নামত দালালি কৰা কেইটা? কত গল এতিয়া ?

ৰূপৰেখা শইকীয়াক ন্যায় দিব নালাগে নেকি? নে ন্যায়ৰ আন্দোলন কেৱল মাত্র বিশেষ বিশেষ মানুহৰ বাবেহে? ৰূপৰেখাৰ মৃত্যুত অন্যায় হোৱা নাই নেকি? নে ৰূপৰেখাই গান নাগায়, চিনেমা নকৰে বাবে ৰূপৰেখাৰ মৃত্যুৰ ন্যায় বিচাৰি সংবাদ মাধ্যমত চূড়ান্ত পৰ্য্যায়ৰ হাঁহাকাৰ কৰা নাই?

আচলতে কোনেও কাৰো বাবে হাঁহাকাৰ নকৰে। যেতিয়া কাৰোবাৰ জীৱন বা কাৰোবাৰ মৃত্যুয়ে মানুহক লাভান্বিত কৰিব, তেতিয়াহে আচলতে সেই জীৱনক লৈ তোলপাৰ লাগে আৰু সেই মৃত্যুক লৈ চৌদিশে হাঁহাকাৰ হয়। বাকীবোৰ মৰিলে কাৰো চকুপানী নোলায়। স্বার্থ নাই যে, লাভ বা লোকচান নহয় যে, ভোট নাপায় যে , এইটো কাৰণে। ইয়াৰ পৰা কিবা এটা পোৱা হলে আজি জাগি উঠিল নাপায় কাৰণে একো খবৰ নাই । নিলাজ বোৰ ।

মুঠতে এই পাষণ্ডকেইটাক নতুন চৰকাৰে Encounter - ৰে শুভাৰম্ভণি কৰা উচিত হ'ব ।

These images were not created by AI, as they feature real Humans . If you require an image, use AI for that purpose.

10/05/2026

EVM মুক্ত নিৰ্বাচন পাতিবলৈ সাহস হ'বনে নিৰ্বাচন আয়োগৰ ?

জাপানত তৈয়াৰী EVM ভাৰতত ব‍্যৱহাৰ হৈ আছে কিন্তু জাপানত EVM নিষিদ্ধ কিয় ? উন্নত কোনো দেশতেই EVM ব‍্যৱহাৰ নকৰে কিয় ?

জাৰ্মানী , আমেৰিকা , জাপান , ইটালি , নেডাৰলেণ্ড , আয়াৰলেণ্ড , বাংলাদেশ আদি দেশত EVM নিষিদ্ধ কিয়? কাৰণ EVM hacke কৰিব পাৰি , Transparency বিশ্বাসযোগ‍্য নহয় !

নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় হৈছে মানি লৈছো কিন্তু হিমন্ত বিশ্বই কোৱাৰ দৰেই ১০২ টা সমষ্টি , অখিল গগৈ বিৰোধী হিচাপে অকলে থাকিব , কংগ্ৰেছৰ কেৱল মুছলমান সকল হে বিধায়ক হৈ থাকিব ই কেতিয়াও বিশ্বাসযোগ‍্য বা গ্ৰহণযোগ‍্য নহয় ।

ইমান ভাল কাম কৰা চৰকাৰে কিয় আমাক ভুল প্ৰমাণিত কৰিবলৈ EVM মুক্ত নিৰ্বাচন পাতিবলৈ সাহস নকৰে ?

জাপান ভ্ৰমণৰ ৰহস‍্য এদিন হ'লেও ফাদিল হব ? কিমান পেকেজত ফিকচিং হ'ল ৰাইজৰ মুৰত মাধমাৰ দি ৰাইজে বুজিবলৈ বাকি !

মুখ‍্যমন্ত্ৰীলৈ আহ্বান আগতীয়াকৈ নিৰ্বাচনী ফলাফল কৈ দিব পৰা মুখ‍্যমন্ত্ৰীয়ে কৈ দিব পাৰিবনে যোৱা সময়ত ২ লাখ কোটি ঋণৰ বোজা ৰাইজৰ মুৰৰ ওপৰত দিলে অহা পাচ বছৰত আৰু ঋণৰ বোজা নিদিও বুলি কবলৈ !

অমিত শ্বাহ ডাঙৰীয়াই আৰু ৪০ বছৰ বিজেপিৰ ৰাজত্ব থাকিব বুলি কৈছে কিহৰ ভিত্তিত EVM থাকিলে বিজেপি ১০০ বছৰলৈকে থাকিব আৰু ভাৰতত কেৱল এমুঠি চহকী মানুহৰ বিপৰীতে চৌদিশে কেৱল ভিক্ষাৰীহে থাকিব , আমি সকলোৱে ভিক্ষা কৰিবলৈ বাধ‍্য হব লাগিব।কাৰণ এইবোৰ মেনেজ কৰোতেই ৰাইজ ঋণৰ বোজাৰে সৰ্বশ্ৰান্ত হব ।

সকলোৱে দাবী কৰিব লাগে EVM মুক্ত নিৰ্বাচন ।

📌মীৰা বৰঠাকুৰ গোস্বামী

10/05/2026

ৰেচন কাৰ্ডৰ সুবিধা

Want your business to be the top-listed Media Company in Nalbari?
Click here to claim your Sponsored Listing.

Website

Address


Hajo Road
Nalbari
781335