D.cration Assam

D.cration Assam

Share

Photos from D.cration Assam's post 18/06/2023

শ্ৰী ৰঘুপতি যোৱাকালি চালোঁ। কিছু সমস্যাৰ বাবে চাওঁতে অলপ দেৰি এ হ'ল কিন্তু একো নাই চাম চাম বুলি কৰি থকা আশা টো পুৰন হ'ল, ইমান ধুনীয়া এটা কাহিনী লিখিছে Ravi Sarma দাদাই কাহিনী টোত কাৰো পৰা একো এটা ও কপি কৰা দেখা নাপালোঁ, লগতে কেকে দা ওৰফে shrma , Priyam Pallabee Kashyap Preety Kkongana বা লগতে আৰু এজন আমাৰ সকলোৰে মৰমৰ অভিনেতা শিল্পী Arun Nath দাদা চিনেমা খনত তেখেতসকলে খুউব ধুনীয়াকৈ অভিনয় কৰিছে, যি সকলে চিনেমা খন চাইছে গম পাইছে নিশ্চয় আৰু সকলে এতিলৈ চোৱা নাই চিনেমা হলত যাওক আৰু আৰু আৰু চিনেমা খন চাওক... আপোনাৰ টিকটৰ পইছা ২০০ টকা এনেই নাযায় .... বলিউডৰ লগত টক্কৰ দিব পাৰা এখন Big Budget Movie

Want your business to be the top-listed Media Company in Nalbari?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Barnibari
Nalbari
781304