Axom Story

Axom Story

Share

25/05/2026

এইজন আকৌ কোনটো স্বৰ্গত বাস কৰে l বিধায়ক নো কেতিয়া হৈছিল এইটো কব নোৱাৰিব চাগে l

24/05/2026

এই দুজন বিধায়কৰ শপত বাক্য পাঠ শুনি আপুনি কাক অসমীয়া আৰু কাক বাংলাদেশী বুলি কব l ৰাইজে কওঁকচোন কমেন্টৰ মাধ্যমে ।

24/05/2026

আপুনিও জনাওঁক শুভেচ্ছা l 🙏🙏🙏

23/05/2026

সঠিক সিদ্ধান্ত লৈছে l আপোনালোকে কি কয় l

22/05/2026

আপুনি এজন মহান মানুহ l Salute sir l 💯

21/05/2026

যোৱা কেইটামান দিনত পইতাঁচোৰা জনতা দল (Cockroach Janata Party-CJP) নামৰ যুৱ প্ৰজন্মৰ নেতৃত্বত আৰম্ভ হোৱা ব্যংগাত্মক ৰাজনৈতিক দলটোৰ উত্থান দেখি মোৰ মনত আশাৰ সঞ্চাৰ হৈছে। এতিয়া কিবা ভাল হব l
ৰাইজে ৰাইজৰ জয় l

21/05/2026

ৰাজনীতিয়ে ভাগ ভাগ কৰে আৰু বিহু য়ে একলগ কৰে l সঁচাকে কিমান সহজ সৰল আছিল প্ৰয়াত মুখ্যমন্ত্রী স্বৰ্গীয় তৰুণ গগৈ দেৱ l এনেকুৱা মানুহ জীবনত আৰু দেখা পাম নে ভগবানে জানে l

21/05/2026

মাটি নিদিওঁ, দৰকাৰ পৰিলে তেজ দিম l আমি তিৱা জনগোষ্টী কাকো খাতিৰ নকৰো l উত্তাল দেওশাল ,জাগীৰোড ।

21/05/2026

আজিকালি মানুহৰ কি হৈছে l যতেই যায় মাৰপিট l বাৰু এইজনক কিয় মাৰি আছে একোৱেই ধৰিব পৰা নাই l ৰাইজ সকলে জনাবছোন ।।।

20/05/2026

কুংকিলৈ আপুনিও জনাওক শুভেচ্ছা 🙏

19/05/2026

🚫ৰাস্তা বা ঘাইপথত শস্য শুকুৱা বন্ধ কৰক🚫

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Website

Address


NH-37
Nagaon
782120