Assam Post Live

Assam Post Live

Share

05/07/2026

ধিংৰ বাদল নামৰ ব্যক্তি জনৰ হত্যাৰ ন্যায় বিচাৰি পায় পাঁচ শতাধিক লোকে ধিংৰ ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ সন্মুখত বাদলৰ ন্যায়ৰ প্ৰতিবাদ সাব্যস্ত কৰে বৃহত্তৰ ধিং অঞ্চলৰ স্থানীয় ৰাইজে।

04/07/2026

জুৰীয়াৰ দলনিজুৰীয়াৰ ১৩ বছৰীয়া যুৱক নিৰুদ্দেশ।

30/06/2026

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ৰাজ্যজুৰি ‘মিছন মুড’ত বন বিভাগ
#নগাঁও_জিলাৰ বিভিন্ন অঞ্চলত একাংশ চলাই আছে অবৈধ কাঠফলা মিল।

“এটা সপ্তাহৰ ভিতৰত ১০০ শতাংশ অবৈধ কাঠফলা মিল বন্ধ হ’ব লাগিব” — বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


192
Nagaon
782002