Simang Rural Agro Tourism Resort

Simang Rural Agro Tourism Resort

Share

20/11/2022

জুইৰ উত্তাপ লৈ থলুৱা খাদ্যৰ জুতি

Photos from Simang Rural Agro Tourism Resort's post 20/11/2022

চিমাঙৰ ৰঙবোৰ

Photos from Simang Rural Agro Tourism Resort's post 09/11/2022

সমষ্টি উন্নয়নৰ প্ৰকল্পৰ পৰ্যবেক্ষণৰ মাজতে আমাৰ সপোনৰ "চিমাং" ৰিজ'ৰ্টত দুপৰীয়াৰ অতিথি হিচাপে উপস্থিত হ'লহি নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ, সুকুমাৰ অনুভূতিৰে সুবেদী শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈদেৱ আৰু বঢ়মপুৰ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক, কৰ্মোদ্যমী জনপ্ৰতিনিধি শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া। তেখেতসকলক আমি সেৱা কৰাৰ সুযোগ লাভ কৰি আনন্দিত। আমাৰ চিন্তা আৰু আঁচনিৰ প্ৰতি তেখেতসকলে প্ৰদৰ্শন কৰা এই আন্তৰিকতাক কৃতজ্ঞতাৰে সাঁচি ৰাখিলোঁ। ধন্যবাদ।

03/08/2022

চিমাংত জৈৱিক ভাবে উৎপাদিত সৰু আৰু ডাঙৰ মাছ নিজ হাতেৰে ধৰি আনন্দ উপভোগ কৰিবলৈ আৰু তৃপ্তিৰে এসাঁজ খাবলৈ আগতিয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ🙏
8011454599👈

01/06/2022

থলুৱা মাছৰ জুতি ল'বলৈ চিমাঙলৈ আহিব,
চিমাঙ ত মাছ ধৰি অপাৰ আনন্দ লভিব পাৰিব

Want your hotel to be the top-listed Hotel in Nagaon?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Nagaon
782003