Zabed Islam
02/05/2026
আজি মানকাচৰত লিটিল ফ্লাৱাৰ সিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকোঁ । নতুনকৈ মুকলি হোৱা উক্ত স্কুলখনে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত গঢ়াত আগভাগ লৈ শৈক্ষিক দিশত আমাৰ সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই সম্পূৰ্ণৰূপে আশাবাদী ।আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মই নথৈ আনন্দিত হৈছোঁ আৰু স্কুল কতৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে স্কুলখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
14/04/2026
"শিক্ষিত হওক, সংগঠিত হওক, সংগ্ৰাম কৰক — এই আদৰ্শৰে ড° বি. আৰ. আম্বেদকাৰক স্মৰণ কৰি সকলোকে আম্বেদকাৰ জয়ন্তীৰ আন্তৰিক শুভেচ্ছা।"
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
1 No Beparipara
Mankachar
783131