MR JADU

MR JADU

Share

04/01/2026

অহা জানুৱাৰী মাহৰ ১৪ তাৰিখে এই গান তো YouTube ত ৰিলিছ দিম সকলোৱে চায় দিব বুলি আশা ৰাখিছোঁ। মোৰ YouTube channel তো MR JADU OFFICIAL বুলি আছে সকলোৱে subscribe কৰি ৰাখিব ধন্যবাদ।।

02/01/2026

First reel.....

Photos from MR JADU's post 02/01/2026

1 january তাৰিখে Bornali ভনীৰ জন্ম দিন আছিল। আৰু আজিয়ে post দিয়াৰ কাৰণ তো হল, মোৰ page তো, Instagram আৰু whatsaap তো block হোৱাৰ কাৰণে মই এই post তোক আজিহে দিবলগীয়া হলগৈ। এই page তো মোৰ নতুন হয় আৰু আপোনালোকে মোক মৰম কৰিব বুলি আশা ৰাখিছোঁ। বাকি জন্ম দিন তো ভালে গল, আৰু বৰনালীয়ে ভালে কোষৰে থাকিব বুলি মই ঈশ্বৰৰ ওচৰত তাৰে কামনা কৰিলোঁ ধন্যবাদ।।

Want your business to be the top-listed Beauty Salon in Majuli?
Click here to claim your Sponsored Listing.

Culinary Team

Attire

Website

Address


Garmur, District: Majuli
Majuli
785106