BMMU Majuli ASRLM

BMMU Majuli ASRLM

Share

Photos from BMMU Majuli ASRLM's post 03/06/2023

Some Livelihoods activities in different areas of MAJULI BLOCK

09/12/2022

জৈৱিক কৃষি পদ্ধতিৰ জৰিয়তে বাণিজ্যিক লাভালাভ অৰ্জনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ মহিলা সকলে। পুৰুষৰ সমানেই কৃষিকাৰ্যত অৱতীৰ্ণ হৈ জনসাধাৰণক এক সুস্থ জীৱন প্ৰদানৰ হেতু মহিলা সকল আগবাঢ়ি আহিছে।

তলত দিয়া ফটোকেইখন হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মাজুলী শাখাৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলা সকলৰ কৃষিকৰ্মৰ। তেওঁলোকে "জৈৱিক কৃষি প্ৰকল্প" ৰ অধীনত মাটিমাহ, মটৰমাহ, ভোট জলকীয়াৰ লগতে আলুখেতিও কৰিছে।

The women of the state have been in the forefront in achieving commercial benefits through organic farming. They have come forward to provide a healthy life to the people by indulging in agriculture as much as men.

The following photos are of agricultural work of women from self-help groups under the Majuli BMMU of ASRLM. They have cultivated potatoes along with Black Cereals, King Chillies, peas etc under the "Organic Farming Project".

Story of BCA Smti Manoshi Bora 23/07/2020

মাজুলী উন্নয়ন খণ্ডৰ অধীনৰ এটি অন্যতম কৃষি প্ৰধান পঞ্চায়ত হল দক্ষিণ আহঁতগুৰি পঞ্চায়ত ,
বিভিন্ন চৰ চাপৰি অঞ্চলৰে গঠিত এই পঞ্চায়তৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ BCA সখী শ্ৰীমতী মানসী বৰা ই কিদৰে বুনিয়াদী বেংকিং সেৱা আগবঢ়ায় আহিছে তাক চাওঁ আহক।

লগতে videoটো LIKE & share কৰিবলৈ অনুৰোধ জনালোঁ

Story of BCA Smti Manoshi Bora Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

Want your organization to be the top-listed Government Service in Majuli?
Click here to claim your Sponsored Listing.

Address


Kamalabari
Majuli