Rubi kaman

Rubi kaman

Share

27/09/2024

বাবা দলে দাৰ স্বাস্থ্য এতিয়া কেনেকোৱা! তেওঁ কি কলে।

17/12/2023

মাজুলী কাৰকি চুক ৰঙ্গ মঞ্চত নাগৰীক সভা।

19/11/2023

আজিৰ মোৰ এই video টো সকলোৱে এবাৰ মন দি শুনি বিবেছনা কৰি মন্তব্য কৰিৱলৈ আহ্বান জনাইছো।১৯৮০ চনত ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত কেঁকুৰী ইউনাইটেড হাই স্কুল প্ৰাঙ্গনত জন্ম লাভ কৰা মিচিং dírbí kébang ১৯৮০ চনৰ কোনটো মাহৰ কি তাৰিখে জন্ম হৈছিল তাৰ সঠিক সিদ্ধান্ত আজিলৈকে mising dírbí kébang কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতি সমুহক দিয়া হোৱা নাই। কিছূসংখ্যকৰ মতে ১৯৮০ চনৰ ১৮ অক্টোবৰ কথা উল্লেখ কৰিছে। Mising dírbí kébang ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰয়াত প্ৰদিপ কুমাৰ গাম দেৱে ১৯৮০ চনৰ ১৮ নবেম্বৰ বুধবাৰ দিনৰ ১২বাজি ৪৫ মিনিটত গঠন কৰা কথা তেখেতৰ লিখনিত উল্লেখ কৰিছে। Mising dírbí kébang ৰ প্ৰক্তন সভাপতি শ্ৰদ্ধাৰ বিদ্দেশ্বৰ দলে দেৱেওঁ ১৯৮০ চনৰ ১৮ নবেম্বৰ বুলি উল্লেখ কৰিছে। Mising dírbí kébang ২০১১ চনৰ গহপুৰ ৰাজা বাৰাত অনুষ্ঠিত সাধাৰণ অধিবেশনৰ mising dírbí মুখ পাত্ৰ খনটো ১৯৮০ চনৰ ১৮ নবেম্বৰ কথাটোৱে সবিস্তাৰে উল্লেখ কৰিছে। কিন্তু mising dírbí kébang আজি তাৰিখত কিয় দুটা-কৈ তাৰিখত পালন কৰিব লগাত পৰিছে, তাৰ সঠিক বিবেছনা কৰি নিদালে নৱ প্ৰজন্মই কেনেকৈ সঠিক পথেৰে আগুৱাই যাব!

Want your public figure to be the top-listed Public Figure in Majuli?
Click here to claim your Sponsored Listing.

Category

Website

Address


Majuli