Mithun Das
09/04/2026
মোৰ ভোট, মোৰ গৌৰৱ!
এইয়া কেৱল এটা চিয়াহীৰ দাগ নহয়, এয়া মোৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতীক।
আহক, পৰিবৰ্তনৰ অংশীদাৰ হওক, ঘৰত বহি নাথাকি ওলাই আহক আৰু ভোটদান কৰক। কাৰণ আপোনাৰ এটা ভোটেও দেশৰ ভৱিষ্যত সলনি কৰিব পাৰে।
😉 Mithun Das
Let's celebrate the Festival of our Indian Democracy 🇮🇳
Want your public figure to be the top-listed Public Figure in Lanka?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
Hamren Road
Lanka
782448