Northeast Talks

Northeast Talks

Share

14/06/2026

'আমি আজান ভাল পাওঁ আৰু কোনো কাৰণতে আজান বন্ধ হোৱাটো নিবিচাৰো'

'হজৰত মহম্মদ প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ হৃদয়ত আছে আৰু ভৱিষ্যতেও থাকিব'

14/06/2026

📌 ১ জুলাইৰ পৰা বৃদ্ধি হ’ব বাছৰ ভাড়া

📌 বাছ ভাড়া ৭০% বৃদ্ধিৰ প্রস্তাৱক সমৰ্থন নামনি অসমৰ জিলা বাছ সন্থাৰ

📌 যাত্ৰীসকল উঠা-নমাৰ ক্ষেত্ৰত ন্যূনতম ভাড়া হ’ব ২০ টকা

📌 ইন্ধনৰ লগতে বাছৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে এই সিদ্ধান্ত
নামনি অসমৰ সকলো জিলা বাছ সন্থাৰ এই সিদ্ধান্ত

14/06/2026

২৮ জুনত কোনটো ৰাজনৈতিক দলত যোগ দিব সিদ্ধাৰ্থ শৰ্মাই?

ফেচবুক পোষ্টৰ পিছতেই অসমৰ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা-কল্পনা। কংগ্ৰেছ, বিজেপি নে আন কোনো দল?

আপোনাৰ মতে সিদ্ধাৰ্থ শৰ্মাই কোন দলত যোগ দিব?
কমেণ্টত মতামত জনাওক। 👇

14/06/2026

আজি সুশান্ত সিং ৰাজপুতৰ ৬ তম মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি।

Want your business to be the top-listed Media Company in Lanka?
Click here to claim your Sponsored Listing.

Address


Lanka