Himanta Biswa Sarma

Himanta Biswa Sarma

Share

12/06/2026

বাল্মীকি ৰামায়ণ, বালকাণ্ড, সৰ্গ ৩২, শ্লোক ১১

वाल्मीकि रामायण, बालकाण्ड, सर्ग ३२, श्लोक ११

11/06/2026

কণমানিজনীলৈ মৰম আৰু আশীৰ্বাদ!

Photos from Himanta Biswa Sarma's post 11/06/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত নীতি আয়োগৰ ১১সংখ্যক পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি ধন্য হ’লোঁ।

বৈঠকত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী মোদী ডাঙৰীয়াই ৰাজ্যসমূহৰ মাজত অধিক সুসমন্বয় আৰু সহযোগিতাৰ দিশত গুৰুত্ব প্রদান কৰি বিশেষ বিষয়ত আলোকপাত কৰে—
✅ দেশৰ জনগাঁথনিগত লাভাংশ (Demographic Dividend) সঠিকভাৱে ব্যৱহাৰেৰে যুৱ সমাজৰ বাবে অধিক সুযোগ-সুবিধা সৃষ্টি
✅ শাসন ব্যৱস্থা আৰু উন্নয়নমূলক আঁচনিসমূহৰ কেন্দ্ৰবিন্দুত নাৰীশক্তিক স্থান দিয়াৰ প্ৰয়োজনীয়তা
✅ বিভিন্ন দেশৰ সৈতে সম্পাদিত ভাৰতৰ বাণিজ্যিক চুক্তিসমূহৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা

আজি ভাৰতে ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তত থিয় দিছে, য'ত ইয়াৰ বিকাশ বিশ্বব্যাপী দ্ৰুততম গতিৰে আগবাঢ়িছে আৰু ই সমগ্ৰ বিশ্বৰ পৰা বিনিয়োগ আৰু প্ৰতিভাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সমন্বিত মনোভাব আৰু প্রচেষ্টাৰে টীম ভাৰতে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিকশিত ভাৰত গঢ়াৰ দিশে কাম কৰি যাবলৈ দৃঢ় প্রতিশ্রুতিবদ্ধ।

Attended the 11th Governing Council meeting of the NITI Aayog chaired by Adarniya Narendra Modi ji.

Adarniya Pradhan Mantri ji stressed on the importance of better coordination among states, utilising our demographic dividend by creating opportunities for the youth, keeping women at the core of governance initiatives and taking full advantage of the strides India has made in the trade deals with various countries.

Today, India stands at a pivotal moment in history where it's growth remains one of the fastest globally and it continues to attract investments and talent from world over and together Team India, in a collective spirit will work together to build a Viksit Bharat.

Want your public figure to be the top-listed Public Figure in KOLKATA?
Click here to claim your Sponsored Listing.

Category

Address


Kolkata