BodolandbubliAssamese

BodolandbubliAssamese

Share

02/07/2026

যোৰহাটত ১৩ খনকৈ চেকেণ্ড হেণ্ড মটৰ চাইকেল জব্দ আৰক্ষীৰ। নগৰৰ ৰজামৈদাম নিউ কলনীৰ নিৰ্মীয়মান এটা মাদ্ৰাছাৰ চৌহদৰ পৰা জব্দ মটৰ চাইকেল খিনি। কোনো বৈধ কাগজ পত্ৰ দেখুৱাব পৰা নাই মটৰ চাইকেল ৰখা ইমতিয়াজ হুছেইন নামৰ লোকজনে। চুৰি নে বৈধ কাগজ পত্ৰ আছে সেয়া পৰীক্ষা কৰিব আৰক্ষীয়ে। ১৩ খন মটৰ চাইকেল যোৰহাট সদৰ থানালৈ লৈ গল আৰক্ষীয়ে।
যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট

02/07/2026

তামুলপুৰ নৃত্যাঞ্জলি কলাকৃষ্টি কেন্দ্ৰত ১ জুলাইৰ পৰা ৫ জুলাই লৈ ৫ দিনীয়া ডান্স কেম্পৰ শুভাৰম্ভ

02/07/2026

গোসাঁইগাঁৱত তিনিটা নহয়, মাত্ৰ এটাহে ই-ৰিক্সা সংস্থা: সভাপতি মনোৰঞ্জন ৰয়, সম্পাদক লালজী ব্ৰহ্ম

01/07/2026

Want your business to be the top-listed Media Company in Kokrajhar?
Click here to claim your Sponsored Listing.

Telephone

Address


Kokrakhar
Kokrajhar
783370