J.Doley
15/07/2020
18/07/2019
যোৱা ১৬ জুলাই মঙল বাৰে ১১৪ নং জোনাই বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ভূবন পেগু ছাৰ চিচি বঢ়গাও ব্লকৰ চিয়াৰমেন শ্ৰীযুত দেৱ পেগু ছাৰ আৰু চিমেন মুখ আঞ্চালিক পঞ্চায়তৰ সদস্য শ্ৰীযুত সুজিৎ হাজং দেৱে চিমেন নদীৰ গঢ়া খহনীয়া আৰু বানৰ কবলত ক্ষতিগ্ৰস্ত হোৱা লগতে বানৰ কবলত পড়া চেঙাজান বাসী ৰাইজক কিছু চাউল ভিতৰন কৰে লগতে তেওঁলোকে চেঙাজান বাসীক এয়াও কয় যে ২৪ লাখ টকাৰ পাৰ্ক পাইন অতিশ্ৰীৰ্ঘে বনোৱাৰ কথাও দিয়ে কিন্তু তেওঁলোকৰ এই কথা সচাঁকে হ'বনে ?
Want your business to be the top-listed Media Company in Kanpur?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Website
Address
Kanpur
208001