Digi Help CSC Centre

Digi Help CSC Centre

Share

17/10/2025

সমূহ অসমবাসী ৰাইজলৈ বাপোতি সাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আশা কৰো এই বিহুৱে অসমীয়া জাতিৰ স্বকীয় গৌৰৱময় ইতিহাসৰ ধ্বজ্বা সগৌৰৱে বহন কৰক ।
।।জয় আই অসম ।।

22/08/2025

📢 Assam Govt. Special Arms Licence Scheme
(For Indigenous Citizens in Vulnerable & Remote Areas of Assam)

👉 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে Special Arms Licence Scheme —
এতিয়া খিলঞ্জীয়া ভাৰতীয় নাগৰিক আৰু প্ৰান্তৱর্তী/দুৰ্বল অঞ্চলৰ স্থায়ী বাসিন্দা সকলে অনলাইন আবেদন কৰিব পাৰিব।

📌 যোগ্যতা
✔ স্থায়ী বাসিন্দা (অসম)
✔ ন্যূনতম বয়স ২১ বছৰ
✔ Criminal Case / চলিত গোচৰ নাথাকিব
✔ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ
✔ বৈধ অস্ত্ৰ প্রশিক্ষণ প্ৰমাণপত্ৰ (Form S-1)

📌 প্ৰয়োজনীয় নথি
📷 পাছপ’ৰ্ট আকাৰৰ ফটো
🪪 আধাৰ কাৰ্ড
📑 জন্ম প্ৰমাণপত্ৰ
📑 জাতি প্ৰমাণপত্ৰ
📑 চিকিৎসা প্ৰমাণপত্ৰ (Form S-3)
📑 অস্ত্ৰ প্ৰশিক্ষণ প্ৰমাণপত্ৰ (Form S-1)
📍 সহায়ৰ বাবে যোগাযোগ কৰক —
👉 Digi Help CSC Centre
📞 097063 34834

🔖 #খিলঞ্জীয়া

05/06/2025

📢 বিশেষ জৰুৰী জাননী
খেতিয়ক সকলৰ বাবে সুখবৰ!
প্ৰধান মন্ত্ৰী ফছল বীমা যোজনা (PMFBY) 2025 বৰ্ষৰ আবেদন আৰম্ভ হৈছে আমাৰ Digi Help CSC Centre'ৰ জৰিয়তে।

🗓️ আবেদনৰ শেষ তাৰিখ – ৩০ জুন, ২০২৫
📝 অনুৰোধ জনাইছো, সময়ৰ ভিতৰত আপোনালোকৰ আবেদন সম্পূৰ্ণ কৰক।

আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰঃ
✅ আধাৰ কাৰ্ড
✅ জমাবন্দীৰ কপি
✅ বেংক পাছবুক
✅ মবাইল নম্বৰ
✅ Declaration Form (যদি জমি পিতৃ বা ককাৰ নামত)

👨‍🌾 আপোনাৰ নামত জমি থাকিলে ভাল, কিন্তু পিতৃৰ মৃত্যু হোৱা পৰিস্থিতিত জমাবন্দীত নাম অন্তর্ভুক্ত কৰাৰ ব্যৱস্থাও আমাৰ কেন্দ্ৰত উপলব্ধ।

📍 Digi Help CSC Centre
📞 সহায়ৰ বাবে যোগাযোগ কৰক: 9706334834

আপোনাৰ লগতে গাঁওবাসীকো আহ্বান জনাবলৈ অনুৰোধ জনালোঁ, যাতে সকলো খেতিয়কে এই আঁচনিৰ সুফল ল’ব পাৰে।

05/06/2025

🚗 Vehicle & Driving License Services at Digi Help CSC Centre 🚗

We offer a wide range of trusted services to make your vehicle and license needs hassle-free:

▪️ Vehicle Insurance
▪️ All Types of PUC Certificate
▪️ RC or DL PDF Chip Card
▪️ RC or DL Home Delivery
▪️ DL Mobile Update without OTP
▪️ All State Learner’s License (LL) Exams
▪️ Multiple State Approved LL Exams
▪️ Chassis Number to Vehicle Number Conversion

📞 Contact us now at 097063 34834834 for fast and reliable service!
📍 Digi Help CSC Centre – Your One-Stop Digital Partner

Photos from Digi Help CSC Centre's post 09/11/2024

ই-ষ্টেম্পিং ( দলিল )হৈছে এক কম্পিউটাৰ-আধাৰিত এপ্লিকেচন আৰু চৰকাৰক অ-ন্যায়িক ষ্টাম্প শুল্ক পৰিশোধ কৰাৰ এক সুৰক্ষিত উপায়। আৰু আমি এই ষ্টাম্প পেপাৰবিক্ৰী কৰাৰ বাবে ই-ষ্টেম্পিং বিক্ৰেতাক কৰ্তৃত্ব প্ৰাপ্ত কৰিছোঁ।
ই-ষ্টাম্প কাগজ সংগ্ৰহৰ বাবে আমাৰ কেন্দ্ৰত যোগাযোগ কৰক
Phone - 097063 34834

Want your business to be the top-listed Business in Kampur?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Kampur
782426