Rubul Neog

Rubul Neog

Share

Photos from Rubul Neog's post 22/11/2025

আজি টীয়ক বিধানসভা সমষ্টিৰ ৭০ নং গাওঁ পঞ্চায়তৰ ৬৯ নং বুথত বাহেক গাওঁ ৰঙ্গমঞ্চত অনুষ্ঠিত এখন সভাত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী সন্মানীয় শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা, ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ সন্মানীয় সভাপতি শ্ৰী যুত শান্তনু পূজাৰী , বিজেপি যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি শ্ৰী জিতু হাজৰিকা, খঙ্গীয়া জিলা পৰিষদৰ সদস্যা Mamon Devi , অমূল্য দত্ত,খঙ্গীয়া মণ্ডল সভাপতি শ্ৰী ৰূপজ্যোতি নেওগ সহ মণ্ডলৰ বিষয়ববীয়া, মৰ্চাৰ সমূহৰ বিষয়ববীয়া,দলীয় জেষ্ঠ কাৰ্যকতা , ৰাইজৰ প্ৰতিনিধি আৰু শুভাকাংক্ষীৰ সহ অংশগ্ৰহণ কৰোঁ। উক্ত সভাত ৭০ নং গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য অনন্ত বৰাৰ লগতে ৱাৰ্ড সদস্যা প্ৰণামী কলিতাকে ধৰি ৫০ গৰাকীৰো অধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
,
,
,


Want your public figure to be the top-listed Public Figure in Jorhat?
Click here to claim your Sponsored Listing.

Category

Website

Address


Jorhat
Jorhat