HAJO PRESS CLUB
23/06/2026
কালি ২২ জুন তাৰিখে হাজো প্ৰেছ ক্লাবত হাজো শুৱালকুছি সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াক উষ্ণ আদৰণি জনোৱা হয়। লগতে হাজো প্ৰেছ ক্লাবৰ আমন্ত্ৰণ মৰ্মে ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ ডাঙৰীয়া আৰু হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকা ডাঙৰীয়া উপস্থিত থাকে।
04/06/2026
বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি হাজো প্ৰেছ ক্লাবত উন্মোচন হ’ল কণ্ঠশিল্পী দিগন্ত মালাকাৰৰ "ৰোপনৰ অংকুৰণৰ" শীৰ্ষক গীত
29/03/2026
গুণীজনৰ গুণ জীৱিত কালতেই গোৱাৰ পৰিৱেশ আজিকালি যেন নাইকিয়া হৈছে। তাৰ মাজতেই ব্যতিক্ৰম এক পদক্ষেপ হিচাপে সমাজ তথা দহৰ হিতৰ কাৰণে নিজস্ব চিন্তা-চেতনাৰে নতুন প্ৰজন্মক প্ৰেৰণা দিয়া আৰু ক্ৰীড়া ক্ষেত্ৰ উত্তৰণৰ বাবে দায়ৱদ্ধতাৰে কাম কৰি যোৱা বিশিষ্ট ক্ৰীড়া সংগঠক শ্ৰদ্ধাৰ শ্ৰীমদন মোহন দাস দেৱৰ জীৱন পৰিক্ৰমাক লৈ হাজো প্ৰেছ ক্লাবে প্ৰকাশ কৰি উলিয়াইছে "ক্ৰীড়া প্ৰভাকৰ মদন মোহন দাস অভিনন্দন গ্ৰন্থ।" আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে গ্ৰন্থখন উন্মোচন কৰা হয়।
হাজোৰ মাজমজিয়াত হাজো প্ৰেছ ক্লাবৰ কাৰ্যালয় মুকলি
23/02/2026
📍হাজো প্ৰেছ ক্লাবৰ সাংগঠনিক নিযুক্তি
➡️ অমল দাস আৰু মৃদুল মজুমদাৰ সহকাৰী সম্পাদক
➡️ সাংগঠনিক সম্পাদক পদত দিগম্বৰ কলিতা (মুন্না)
➡️ কাৰ্যালয় সম্পাদক পদত ভৃগু দাস
Click here to claim your Sponsored Listing.
Category
Website
Address
Hajo
781102