Mohan Boro

Mohan Boro

Share

03/08/2024
Photos from Mohan Boro 's post 31/03/2023

১৯৫৬ ইং চনৰ ৩১ মাৰ্চ তাৰিখে কোকৰাঝাৰ জিলাৰ গাওঁ বৰআগাৰীত দতমাৰ ওচৰত জন্ম গ্ৰহণ কৰা অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী বড়ো সকলৰ মাজত ৰাজনীতি, ভাষা,সাহিত্য-সংস্কৃতি আদি দিশত এক নতুন আলোড়নৰ সৃষ্টি কৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম দেৱৰ জন্মদিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছো!
বড়ো জাতিৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মদেৱলৈ সন্মান জনাই অসম চৰকাৰে ৩১ মাৰ্চ তাৰিখটোক “ছাত্ৰ দিৱস” হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে।
এই দিৱসে বডোফাৰ “জীয়াই থকা আৰু জীয়াই থাকিবলৈ দিয়া” দৰ্শন সমাজ ,শিক্ষাৰ্থী সকলৰ কল্যাণ আৰু বিকাশৰ বাবে আদৰ্শ হৈ ৰৱ।
সকলোকে " ছাত্ৰদিৱস" ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Want your public figure to be the top-listed Public Figure in Hajo?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Hajo, Kamrup
Hajo
781104