N B Drugs Distributor

N B Drugs Distributor

Share

01/12/2024

আজি বিশ্ব এইডছ দিৱস। আহক, আজিৰ এই বিশেষ দিনটোত এইছ. আই. ভি. আৰু এইডছ ৰোগত আক্ৰান্ত লোকসকলৰ যুঁজত সমগ্ৰ বিশ্বৰ লগতে থিয় দিওঁ। এই ভাইৰাছৰ সৈতে সাহসিকতাৰে যুঁজি অহা ব্যক্তিসকলক শাৰিৰীক অসুস্থতাৰ লগতে ইয়াৰ সৈতে জড়িত অপবাদে মানসিকভাৱেও দূৰ্বল কৰিব পাৰে। সেয়ে আজি সকলোকে আহ্বান জনাও যে এইছ. আই. ভি. -ত আক্ৰান্তসকলৰ প্ৰতি কোনো ভেদ-ভাৱ নাৰাখি কেৱল সমাজত সতৰ্কতা সৃষ্টিৰ প্ৰচেষ্টা চলায়।

25/09/2024

আজি "বিশ্ব ফাৰ্মাচিষ্ট দিৱস" উপলক্ষে ফাৰ্মাচিষ্টসকলক আন্তৰিক শুভেচ্ছা জনালোঁ আৰু তেওঁলোকৰ নিৰলস সেৱা তথা কৰ্তব্যনিষ্ঠাৰ শলাগ লৈছোঁ।

03/07/2023

Welcome to N B Drugs Distributor

Want your practice to be the top-listed Clinic in Hajo?
Click here to claim your Sponsored Listing.

Category

Website

Address


VILL: MANAHKUCHI, PO: MANAHKUCHI
Hajo