Social Adda LIVE
19/06/2024
অসম শক্তি বিতৰণ কোম্পানীয়ে এল টি গ্ৰাহকৰ বাবে স্বেচ্ছামূলক লোড ঘোষণা আঁচনি-২০২৪ ঘোষণা কৰিছে৷ এতিয়া বিলিং কাৰ্যালয়লৈ নোযোৱাকৈয়ে লোড বঢ়োৱাৰ বাবে আৱেদন কৰিব পাৰিব৷
হোজাইত স্হানীয় বন্ধ ঘোষণা।
----------------------
পোহৰৰ উৎসৱ দীপাৱলী ও দেৱালী উপলক্ষে হোজাই জিলা আয়ুক্ত শ্ৰীলাচিত কুমাৰ দাসে (এচিএছ) এন আই এক্ট,(NI Act), 1881 ৰ অধীনত অহা 13 নবেম্বৰ,2023 সোমবাৰৰ দিনটো হোজাই জিলাখনত স্হানীয় বন্ধৰ দিন হিচাবে ঘোষণা কৰিছে। সেইদিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় অনুষ্ঠান, বে-চৰকাৰী অনুষ্ঠান- প্ৰতিষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে সময়সূচী অনুযায়ী অনুষ্ঠিত হবলগীয়া শিক্ষানুষ্ঠানৰ পৰীক্ষা সমূহ আৰু পৰীক্ষাৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী- পৰীক্ষাৰ্থী সকল আৰু অত্যাৱশ্যকীয় সেৱা সমূহক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।।
04/09/2023
ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ দেহাৱসান। চন্দ্ৰযান-৩ উৎক্ষেপণৰ সময়ত কাউণ্টডাউনৰ কণ্ঠস্বৰ আছিল এন ৱালাৰমাথিৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় বিজ্ঞানীগৰাকীৰ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Address
Northeast
Guwahati