Axom Plus Live
19/06/2026
♦️সু-প্ৰভাত আজি ২০ জুন , শনিবাৰ, ২০২৬। আজিৰ দিনটোৰ ৰাশিফল । জানক কেনে যাব আজি আপোনাৰ দিনটো♦️
Assamese Rashifol.
19/06/2026
🟥হঠাৎ হাতলৈ অৰ্থ আহিব
লিখক- ২৩১১
জয় মা লক্ষ্মী দেৱী। Jay Maa Lakshmi Devi.
18/06/2026
📍গণেশগুৰিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে। অংকন সম্পন্ন কৰিলে মাৰ্চেল বৰুৱাই।
Zubeen Garg
18/06/2026
📌জুবিন-গৰিমাৰ প্ৰিয় ইক' হেৰাইছে। কোনোবাই দেখিলে, খবৰ পালে জনাবলৈ আহ্বান গৰিমাৰ
18/06/2026
📌বহুত দূখ লাগিল বুকুখন বিষাই গল
জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য্য ৰূপ দিছিল নে ? নে অপ্ৰয়োজনীয় আছিল একেবাৰেই?
মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে নহয়নে ?
মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখনৰ দৰেই মচি পেলাব ? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই ।
আপোনালোকে ভাবিছে.. আপোনালোকে কৰিছে । আত্মাৰ সান্নিধ্য আৰু প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ । আপোনালোকে হয়তো ক'ব.. অহেতুক আৱেগ। কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসেই সঁচা আৰু শুদ্ধ । তেওঁ অমৰ,, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে । চিৰদিন থাকিব ।
Justice For Zubeen Garg
Click here to claim your Sponsored Listing.
Category
Contact the business
Address
Guwahati
Rangia