NE Talks

NE Talks

Share

03/03/2026

মিত্ৰতাক লৈ কংগ্ৰেছক উদ্দেশ্যি আকৌ সামাজিক মাধ্যমত পোষ্ট বিধায়ক অখিল গগৈৰ।

03/03/2026

পৰমপূজ্য গুৰুজনাৰ আদৰ্শ আৰু তেৰাৰ সৈতে সম্পৃক্ত সম্পদৰাজিৰ প্ৰতি সকলোৱে সন্মান জনোৱা উচিত৷

03/03/2026

🔴ডিগবৈত সোনোৱাল কছাৰী জনগোষ্ঠীৰ খ্ৰীং খ্ৰীং বাইথ' পূজা সম্পন্ন।

03/03/2026

👉ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা
👉অসমৰ দুখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা
👉তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব
👉বিহাৰ, ছত্তিশগড়, হাৰিয়ানাৰ প্ৰাৰ্থীৰ নামো ঘোষণা
👉বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনকো প্ৰাৰ্থিত্ব
👉বিহাৰৰ পৰা নীতিন নবীন, শিৱেশ কুমাৰক প্ৰাৰ্থিত্ব
👉খালি হোৱা আসনৰ বাবে ১৬ মাৰ্চত হ’ব নিৰ্বাচন

03/03/2026

শৰাইঘাট কদমতলী সত্ৰ নামঘৰত আঞ্চলিক ভিত্তিক দৌল উৎসৱ উদ্‌যাপন

03/03/2026

▶️মন্ত্ৰী যোগেন মহনক প্ৰাৰ্থিত্ব বিজেপিৰ। আজি ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে বিজেপিয়ে।

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Ajanta Path, Bylane/K K Path, House No 6, Survey Beltola
Guwahati
781028