Axom Novous

Axom Novous

Share

15/07/2022

মোবাইল বন্ধ :: বৰনগৰ কলেজ, সৰভোগ
============================
** সৰভোগস্থিত বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

** কলেজ প্ৰাঙ্গণত সম্পূৰ্ণৰূপে নিষিদ্ধ মোবাইল ফোন।

** অহা ৮ আগষ্টৰ পৰা শিক্ষাৰ্থীয়ে লগত মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব কলেজ চৌহদত।

** কেৱল কলেজ কৰ্তৃপক্ষ আৰু ছাত্র-একতা সভাৰ সদস্যই ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন।

Want your business to be the top-listed Beauty Salon in Guwahati?
Click here to claim your Sponsored Listing.

Category

Address


Guwahati
781012