NK news..?Assamese

NK  news..?Assamese

Share

13/05/2026

📌যোৱাকালিৰ শপত গ্ৰহণ এক ঐতিহাসিক অধ্যায়; এতিয়াৰে পৰা আৰম্ভ হ'ব দ্রুত উন্নয়নৰ যুগ: মুখ্যমন্ত্রী"
📌অসমৰ সুৰক্ষাৰ সৈতে কোনো আপোচ কৰা নহ'ব: শপত লৈয়েই হুংকাৰ মুখ্যমন্ত্ৰীৰ"
📌নির্বাচনী প্রতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব: অসমবাসীৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ঘোষণা"
📌বিকাশৰ নতুন যাত্ৰা আৰম্ভ; ঐতিহাসিক শপত গ্ৰহণৰ পিছতে একচন মোডত মুখ্যমন্ত্রী"

12/05/2026

📌গুৱাহাটীত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত সৌজন্যমূলক সাক্ষা।
​📌দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আতিথ্য প্ৰদান ৰিণিকি শৰ্মাৰ: পৰিয়ালৰ সৈতে কটালে আনন্দদায়ক সময়"
📌​"চৰ্চাত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বিশেষ অতিথি: গুৱাহাটীত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু মনিষ গুপ্তা"।

12/05/2026

📌শান্তি আৰু সমৃদ্ধিৰ লক্ষ্যৰে নতুন দায়িত্ব মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিলে শ্ৰীৰামেশ্বৰ তেলী ডাঙৰীয়াই।

12/05/2026

📌শান্তি আৰু সমৃদ্ধিৰ লক্ষ্যৰে নতুন দায়িত্ব: মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিলে শ্রীঅতুল বৰা ডাঙৰীয়াই।

12/05/2026

📌শান্তি আৰু সমৃদ্ধিৰ লক্ষ্যৰে নতুন দায়িত্ব মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিলে শ্রীচৰণ বড়ো
ডাঙৰীয়াই।

12/05/2026

📌শান্তি আৰু সমৃদ্ধিৰ লক্ষ্যৰে নতুন দায়িত্ব আজি মন্ত্রী হিচাপে শপত গ্ৰহণ কৰিলে শ্রীমতী অজন্তা নেওগে ।

12/05/2026

📌একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল'লে ড° হিমন্ত বিশ্ব শর্মা ।
📌গুৱাহাটীত উপস্থিত প্রধানমন্ত্রী মোদী, কেন্দ্রীয় গৃহমন্ত্ৰী আৰু দেশৰ ২২ ৰাজ্যৰ মুখ্যমন্ত্রী।
📌 লক্ষাধিক লোকৰ উপস্থিতিত ৰাজ্যপালে পাঠ কৰালে শপত বাক্য।

12/05/2026

যোৱাকালি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীৰ জাক; কৃষ্ণাই গুৰিয়া ঝাৰত তীব্ৰ চাঞ্চল্য।

11/05/2026

📌গুৱাহাটীত কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং! পৱিত্ৰ অসম ভূমিলৈ উষ্ম আদৰণি হিমন্ত বিশ্ব শৰ্মাৰ।
📌ৰাজনাথ সিঙৰ উপস্থিতিয়ে বৃদ্ধি কৰিব চৰকাৰৰ শপত গ্ৰহণৰ গাম্ভীর্য।
📌"তৃতীয়বাৰৰ বাবে NDA চৰকাৰ! গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী।"

11/05/2026

11/05/2026

📌কাইলৈ ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্ৰহণ।
📌আজি নিশা ১০.৩০ বজাত শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী।
📌​কোন কোন কেন্দ্ৰীয় মন্ত্ৰী আহিব শপতগ্ৰহণলৈ? মুখ্যমন্ত্ৰীয়ে খুলিলে ৰহস্যৰ মটোক।

Want your business to be the top-listed Media Company in Goalpara?
Click here to claim your Sponsored Listing.

Address


Goalpara Dudhnai A
Goalpara