ANK ASSAM
🅰️জলেশ্বৰ সমষ্টি সামাজিক মাধ্যম আই টি বিভাগৰ অধ্যক্ষ আতিকুৰ ৰহমান আৰু জলেশ্বৰ সমষ্টি সেৱা দল ইউং বিগ্ৰেডৰ সভাপতি ছাব্বিৰ খান জলেশ্বৰ মহাবিদ্যালয় তপোবন তপোবনৰ প্ৰাক্তন সাধাৰণ সম্পাদক জয়দুল ইছলামৰ উপস্থিতিত ওমৰাহ হজ্ব কৰিবলৈ নিয়ত কৰা জামাদাৰহাট ব্লক কংগ্রেছ কমিটিৰ সভাপতি আমিৰ আলি খান চাহাব আৰু তেওঁৰ একমাত্ৰ সুযোগ্য সন্তান মিজানুৰ ৰহমান চাহাবৰ বাস ভৱনত উপস্থিত হৈ বিদায়ী সম্বৰ্ধনা জনায় আৰু দুৱা আশীৰ্বাদ লওঁ।
দেশ স্বাধীনতা সংগ্রামৰ সময়ত সুভাষ চন্দ্র বসুয়ে কৈছিল যে আপুনি আমাক দেশ দিয়ক মই আপোনাক স্বাধীনতা দিম।অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা।
🅰️বিজেপি চৰকাৰ অহাৰ পিছত মূল্য বৃদ্ধিৰ সমস্যা থাকি গল,ধনী মানুহে ধনী হৈ গল,দুখীয়া মানুহে দুখীয়া হৈ থাকিল,ধিং সমষ্টিত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ যূৱ নেতা গৌৰৱ গগৈৰ বিশাল জনসভা।
Click here to claim your Sponsored Listing.
Category
Website
Address
Goalpara
MEDIANEWSCHANNEL