Times Goalpara

Times Goalpara

Share

03/07/2026

GNM CEE পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ! গোৱালপাৰাৰ KINGGATE Institute-ত আৰম্ভ হৈছে নামভৰ্তি
অধিক তথ্য বা নামভৰ্তিৰ বাবে যোগাযোগ কৰক:
📞 94350 60057 / 70864 61135

30/06/2026

জিলাখনত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে গোৱালপাৰা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

27/06/2026

গোৱালপাৰাত 'দাসৱানী ক্লাছেছ'ৰ চমকপ্ৰদ সাফল্য আৰু নতুন বেটচৰ নামভৰ্তি।

৫০০ ৰ আশে-পাশে (প্লাছ বা মাইনাছ ১০) হ'ব পাৰে।
এই সম্পৰ্কে অধিক জানিবলৈ বা নিজৰ আসন সংৰক্ষণ কৰিবলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰী বা অভিভাৱকসকলে প্ৰতিষ্ঠানটোৰ ফোন নম্বৰ **৭০০৯৪৬৫৬৫৬ (7009465656)** অথবা **৭০৯৯৬৭০৯৭০ (7099670970)** ত যোগাযোগ কৰিব পাৰিব।
আজিৰ বাবে ইমানেই, ধন্যবাদ।

26/06/2026

গোৱালপাৰাত আৰক্ষী থানাৰ নাকৰ তলতেই দিন-দুপৰতে চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা! যুৱপ্ৰজন্মৰ ভৱিষ্যতকলৈ চিন্তিত সচেতন মহল, আৰক্ষী অধীক্ষকক অভিযোগ দাখিল।

24/06/2026

ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ।

চাউল কম পাব নেকি? চাওঁক সবিশেষ

23/06/2026

🚨 ১ জুলাইৰ পৰা সলনি হ’ব এই ৭টা নিয়ম! আধাৰ, Credit Card, LPG দামকে ধৰি সাধাৰণ জনতাৰ ওপৰত পৰিব প্ৰভাৱ

Want your business to be the top-listed Media Company in Goalpara?
Click here to claim your Sponsored Listing.

Category

Address


Goalpara