Germinate GROUP
17/08/2022
CONGRATULATIONS 🎊
Moitrayee Borah Secured Bronze Medal in Bench Press category 43 kg Sub Junior Women Category at National Powerlifting Competition held at Kerala Kasaraod Municipal Town Hall..
27/04/2022
The month of Bohag falls during a season when the tree match new insects, new leaves appear the environment is ethnicised with different coloured leaves flowers. Neither too hot, or very cold, in such a joyous atmosphere, the sweet feelings of love are very disturbing in the minds of young guys. That's why it's said ,"Let's get married in this Bohag"
বহাগ মাহ টি এনে এটি ঋতুত পৰে যেতিয়া গছে নতুন পোখা মেলে, নতুন পাত ওলায় পৰিবেশ নানা ৰঙী পাত ফুলেৰে জাতিষ্কাৰ হয়। না অতি গৰম, না অতি ঠাণ্ডা এনে আনন্দময় পৰিৱেশত ডেকা-গাভৰুৰ মনতো প্ৰেমৰ মিঠা মিঠা অনুভৱ বোৰে বৰকৈ আমনি কৰে। সেয়েহে কোৱা হয় “বহাগত পাতি যাওঁ বিয়া”
25/04/2022
নাহৰ ফুল ফুলিবৰ বতৰ ঐ লাহৰী তগৰ ফুল ফুলিবৰ বতৰ,নাহৰৰ গোন্ধে পাই লাহৰীৰ ততে নাই গছকত ভাঙি যায় যঁতৰ |
BIHUWAN CALENDAR SHOOT
Featuring-
Makeup
Photography .photography
Organized by
15/04/2022
বহাগ আমাৰ আয়ুস ৰেখা। ভাল লাগে বিহু বুলিলেই মন প্রাণ..বিহু আমাৰ কৃষ্টি আমাৰ অস্তিত্ব জীয়াই ৰখাৰ পৰম্পৰা। আমাৰ বিহু আমিয়েই ৰাখিব লাগিব চিৰকালৰ বাবে।
পাৰিলে আহক একেলগে উলাহেৰে গাই যাওঁ
“বিহুটি বছৰি আহিবা, অসমী আইকে জগাবা..................
বহাগ, ব্ৰহ্মপুত্ৰ আৰু বৰাক-- অসমীয়া জাতিৰ প্ৰথম পৰিচয় । এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি । তাৰেই কামনা কৰি সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো ।
Web developer with a 1year experience atleast
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Guwahati
Gauhati
781001