Rakibur Rohman

Rakibur Rohman

Share

14/10/2025

গুৱাহাটী বিশ্ববিদ্যালয় PGSU নিৰ্বাচনত সাধাৰণ সম্পাদক সম্পাদকৰূপে জয়ী হোৱা প্ৰবালজ্যোতি শৰ্মাৰ সৈতে পোনপটীয়া সাক্ষাৎকাৰ⬇️

Photos from Rakibur Rohman's post 22/10/2023

শুভ মহাঅষ্টমী।
শাৰদীয় দুৰ্গা পূজাৰ উছাহৰ মাজতেই এনেদৰে কৰ্তব্য পালন।

06/06/2023

টুইটাৰ, ফেচবুকত সক্ৰিয় হৈ থকা মিঠাই দোকানীসকলে অন্ততঃ ৭ ঘন্টা সময় পাইছে। বাকীসকলৰ অৱস্থা মেট্ৰিকৰ ৰিজাল্টৰ দৰেই। বেচেৰা দোকানীকেইজনৰ দোকান খুলিয়েই দৌৰাদৌৰি লাগিব।

IDOL Scam: মূল অভিযুক্ত ড৹ কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ– News18 Assam 05/10/2021

↔️প্ৰসংগঃ GU-IDOL কেলেংকাৰী
↔️গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তমৰ্মে কেলেংকাৰীৰ মূল অভিযুক্ত ড৹ কন্দৰ্প দাসক বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ

IDOL Scam: মূল অভিযুক্ত ড৹ কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰণ– News18 Assam IDOL scam Main accused Dr Kandarpa Das removed from Guwahati University প্ৰসংগ IDOL কেলেংকাৰিঃ মূল অভিযুক্ত ড৹ কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰ...

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Category

Website

Address


Gauhati
781003