KALYAN ASHRAM ASSAM

KALYAN ASHRAM ASSAM

Share

Photos from KALYAN ASHRAM ASSAM's post 08/11/2023

Kalyan Ashram Assam , Guwahati Vivhag "Parichai Varg " Successfully held at Guwahati . Date : 1 Nov to 5 Nov 2023.

কল্যান আশ্ৰম,অসমৰ উদ্যোগত পোণপ্ৰথম বাৰৰ বাবে ১নবেম্বৰৰ পৰা ৫ নবেম্বৰলৈ তিনিখন জিলা ( গুৱাহাটী মহানগৰ জিলা , দক্ষিণ কামৰূপ আৰু গোৱালপাৰা) সামৰি ৫ দিনীয়া "পৰিচয় বৰ্গ" সুকলমে অনুষ্ঠিত কৰা হ'ল । এই বিশেষ বৰ্গৰ উদ্দেশ্য আছিল আমি নিজৰ হেৰুৱাৱ ধৰা প্ৰকৃত চিনাকিক পুণৰ উজাগৰ কৰি আমাৰ জনজাতি সমাজৰ যুৱপ্ৰজন্মৰ সবাংঙ্গীন বিকাশ সাধন কৰা । শাৰিৰীক, মানসিক, আবেগিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশৰে কিদৰে নিজৰ ভিতৰৰ ভাৰতীয় সত্বাক জাগ্ৰিত কৰি আৰু নিজ জনজাতি ধৰ্ম-কৃষ্টি-সংস্কৃতিৰ ৰক্ষক হৈ একো একোজন দেশৰ মানৱ সম্পদ ৰূপে গঢ় দিয়াই উক্ত পৰিচয় বৰ্গৰ লক্ষ্য-উদ্দেশ্য। ধন্যবাদ ।
দিনাংক ১/১১/২৩ ৰ কিছু আলোকচিত্ৰ ।

17/10/2023

Kalyan Ashrm Assam, Jano sampark at Amoni, Nagaon District. Date : 17/10/23

Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.

Culinary Team

Attire

Telephone

Address


Kalyan Ashram, K.B. Road, Paltan Bazar
Gauhati
781008