Ataur Rahman

Ataur Rahman

Share

03/06/2025

কৈশোৰত ৰাতিৰ অন্ধকাৰত অকলে পথত ভয় লাগিলেও গান গাই নিজকে সাহসী বুলি বুজাইছিলোঁ, কিন্তু অন্তৰত ভয় থাকিয়েই যায়। কিছু ব্যক্তিৰ ক্ষেত্ৰতো ৰাজনীতিৰ জগতখনো তেনেকুৱা—বাহিৰৰ সাহসৰ আঁৰত লুকাই থাকে অন্তৰৰ ভয়।

15/05/2025

মিছা কথাৰে নিজকে ডাঙৰ বুলি প্ৰতিষ্ঠা কৰাটো এক ক্ষণিক মৰিচিকাৰ নিচিনা—যি চকুত ধূলি দিয়ে, মনত ভ্ৰান্তি জন্মায়। কিন্তু সঁচা কথাৰ পন্থাই সত্য আত্মমৰ্যাদা আৰু নৈতিক উচ্চতাৰ পথ দেখুৱায়। হয়তো সেই পথত আমাৰ ঠাই সৰু, নাম অলেখ, কিন্তু অন্তৰত থাকে শান্তি আৰু মুখত থাকে নিঃসংকোচ হাঁহি। মিছা বুলি গঢ়ি তোলা ডাঙৰীয়াপনা জীৱনৰ বাটত একেবাৰেই দুৰ্বল, কিয়নো সঁচাৰ সূৰ্যৰ পোহৰত সেয়া নিশ্চিহ্ন হৈ যায়। সেয়ে, জীয়াই সঁচা থকাটোৱেই শ্ৰেয়, কিয়নো সেই সত্যই নিজৰ মনৰ আগত, সময়ৰ আগত আৰু সমাজৰ আগত আপোনাক নত কৰা নাজানে।

প্ৰসংগ:

21/04/2025

ৰাজনীতি কেতিয়াও কেৱল আবেগৰ আধাৰত নহয়, ই সদায় বিবেক আৰু বোধগম্যতাৰ ভিত্তিত হ’ব লাগে।

Want your public figure to be the top-listed Public Figure in Gauhati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Gauhati