Assam -Assamese

Assam -Assamese

Share

21/07/2020

Dimpu Dai
বানবানীৰ নামত ৰাইজক সহায়
কৰিলে,যিয়ে ভালদৰে খাৱ লৱ
পৰা নাই বানপানীত তেনেকুৱা লোক
আদিক সহায় কৰিলে ....
সঁচাকৈ আমাৰ বাৱে বহুত ভাল
খৱৰ এজন মানুহ হয় আন এজন
মানুহৰ মনৰ কথা বুজি পায় ,কি কৰিলে ,কেনেকে আছে ,কি খালে আদি.....
বহুত এনেকুৱা মানুহ আছে যিয়ে
নিজৰ পেটৰ কথা ভাৱে আৰু বেলেগে
মৰক আৰু বেছি নকওঁ আপোনালোকে বুজি পালে ...
ভাল মানুহ বহুত কমে আছে বেয়া মানুহ বহুত আছে ...
So Dimpu dar দৰে ভাল মানুহ সকলৰ বাৱে আপোনালোক সকলোৱে আশিৱাদ কৰা যাতে আৰু বহুত ভাল-ভাল কাম কৰিৱ পাৰে ...
জয় আই অসম
জয় Dimpu da

Want your business to be the top-listed Shop in Gauhati?
Click here to claim your Sponsored Listing.

Website

Address


Gauhati