Digital Sangbad
দুদিনমান পূৰ্বে দুলীয়াজানৰ কেন্দ্ৰীয় বিদ্যালয় কাষত ছাত্ৰ ছাত্ৰীৰ সন্মুখত এগৰাকী বেটেৰী ৰিস্কা চালকৰ ওপৰত অত্যাচাৰ। জানিব পৰা মতে CISF যোৱান । কি কৰিব লাগে আপোনালোকৰ মতামত জনাব
দুলীয়াজান অৱস্থিত গাভৰু দলংত গাঞ্জা সহ তিনিজনক আটক
দুলীয়াজানৰ ম'হমাৰীত অৱস্থিত গাভৰু দলংৰ সমীপৰ দিহিং নদীতলৰ কাষত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ। আনহাতে এজন কিশোৰ সন্ধানহীন লগতে এহাল কিশোৰ- কিশোৰীক আৰক্ষীয়ে জিম্মাত ৰাখি সোধ-পোছ অব্যাহত ৰাখখিছে আৰু দিহিং নদীত সন্ধানহীন যুৱকজনক বিচাৰ অব্যাহত ৰাখিছে NDRFযে।
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Address
Duliajan
786602